• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ‘এথন’ফেষ্ট’ উদযাপন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 30, 2024 9:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসমৰ উদ্যোগত ২৯ আৰু ৩০ এপ্ৰিল, ২০২৪ তাৰিখে বিশ্ববিদ্যালয় চৌহদত জনগোষ্ঠীয় খাদ্য আৰু সাংস্কৃতিক মহোৎসৱ “এথন’ফেস্ট” অনুষ্ঠিত হয় । এই সাংস্কৃতিক মহোৎসৱৰ উদ্দেশ্য হৈছে আমাৰ জাতিৰ বৈচিত্ৰময় সংস্কৃতি আৰু পৰম্পৰাক পালন আৰু প্ৰদৰ্শন কৰা l এই উপলক্ষ্যে  বিশ্ববিদ্যালয়ৰ চৌহদত আন্তঃমহাবিদ্যালয় পৰ্য্যায়ত লোক নৃত্য আৰু পৰম্পৰাগত লোক খাদ্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।  

২৯ এপ্ৰিল তাৰিখে  অনুষ্ঠিত হোৱা দলীয়  লোক নৃত্য প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা ভালে সংখ্যক অংশগ্ৰহণকাৰী আহি যোগদান কৰে।  প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে পূজা দেৱীৰ দলে, লেইমা জাগই (মণিপুৰী নৃত্য)ৰ বাবে। মৌচুমী বৰাৰ দলে দ্বিতীয় স্থান লাভ কৰে বিহু নৃত্যৰ বাবে আৰু তৃতীয় স্থান লাভ কৰে দীনেশ গোৱালাৰ দলে বড়ো নৃত্যৰ বাবে।

Apply Now

৩০ এপ্ৰিল তাৰিখে পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰখ্যাত মাষ্টাৰচেফ ইণ্ডিয়া নয়নজ্যোতি শইকীয়াই এই খাদ্য প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে ।  তেওঁ ৰন্ধন প্ৰতিযোগিতাৰ সমূহ প্ৰতিযোগীক এই বিশেষ কলাৰ গুৰুত্ব আৰু কৌশল সন্দৰ্ভত বক্তব্য ৰাখি সকলোকে উৎসাহিত কৰে। লগতে চেফ কুলিনাৰী স্কুলৰ প্ৰতিষ্ঠাপক চেফ অমিতাভ দত্তও  বিচাৰক হিচাপে উপস্থিত থাকে। এই প্ৰতিযোগিতাত প্ৰথম  স্থান লাভ কৰে অনিতা শইকীয়া কলিতাই বিশেষ ভাবে প্ৰস্তুত কৰা ভাপত দিয়া মাছৰ সুস্বাদু খাদ্যৰ বাবে।

তেনেদৰে সুস্বাদু খাদ্যৰ বাবে দ্বিতীয় আৰু তৃতীয় স্থান যথাক্ৰমে দখল কৰে দেৱী লতা পেগু আৰু জৰলিন তাৰপিয়ে ।   সান্দহ গুড়িৰে চিজ কেকৰ মিষ্টান্ন খাদ্যৰ বাবে প্ৰথম স্থান অধিকাৰ কৰে মম্পী দেৱীয়ে । দেবাঞ্জনী বৰুৱা আৰু বেদাৰ্চনা শৰ্মাই মিষ্টান্ খাদ্যৰ বাবে দ্বিতীয় আৰু  তৃতীয় স্থান লাভ কৰে  ।

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱে জনগোষ্ঠীয় লোক সংগীত, শিল্প, খাদ্য আৰু পৰম্পৰাগত সাজ-পোছাক ইত্যাদি বাৰে ৰহণীয়া সংস্কৃতিৰে সম্বৃদ্ধ চহকী ঐতিহ্যক প্ৰদৰ্শিত কৰে। বিশ্ববিদ্যালয়ে লোৱা এই  পদক্ষেপে কৃষ্টি সংস্কৃতিৰ উদযাপন , ৰক্ষণাবেক্ষণ আৰু বিনিময় কৰাৰ লগতে সকলোৰে মাজত এক সুন্দৰ স্মৃতি হিচাপে ৰৈ ৰৱ বুলি আশা কৰিছে ছাত্ৰ-ছাত্ৰী তথা কৰ্তৃপক্ষই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd