• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

শ্বিলঙৰ ষ্ট্ৰীট আৰ্ট ফেষ্টিভেল-২০১৮ : শিল্পীক পেচাদাৰী উৎকৰ্ষতা প্ৰদানৰ মহৎ মঞ্চ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 7:56 pm
street art fest Shillong
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঞ্জীত দেহিয়া আৰু তেওঁৰ সহযোগী অসমৰ  সঞ্জীব ৰয়ৰ দ্বাৰা শ্বিলঙৰ ৰাজপথত অনুষ্ঠিত কৰা ষ্ট্ৰীট আৰ্ট ফেষ্টিভেল প্ৰত্যক্ষ কৰি স্থানীয় শিল্পীসকল  অনুপ্ৰাণিত হৈ মঙলবাৰে মেঘালয়ত এটা ফাইন আৰ্ট অনুষ্ঠান গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে।

দেহিয়া হৈছে বলীউড আৰ্ট প্ৰজেক্টৰ এটা অংশ যিয়ে অভিতাভ বচ্চনৰ ৭৫ সংখ্যক জন্মদিনত তেওঁৰ এটা প্ৰতিকৃতি অংকন কৰিছিল। মুম্বাইত অংকন কৰা এই প্ৰতিকৃতিটো ভাৰতৰ আটাইতকৈ ওখ দেৱাল-চিত্ৰ হিচাপে পৰিগণিত হৈছে (ইয়াৰ উচ্চতা ২৩০ ফুট আৰু প্ৰস্থ ৩০ ফুট)।

Apply Now

শ্বিলং ষ্ট্ৰীট আৰ্ট ফেষ্ট-২০১৮ নামেৰে অভিহিতএই কলা মহোৎসৱত যোগদান কৰিছে ৰঞ্জীত দেহিয়াই। দেহিয়াই এসপ্তাহৰ পূৰ্বে আহি শ্বিলঙত বাহৰ পাতি আছে। তেওঁৰ  সৈতে  আছে নিজৰ প্ৰতিভাক  সমাজৰ আগত প্ৰকাশ কৰিবলৈ বাট চাই থকা  কেইগৰাকীমান স্থানীয় শিল্পী। কলাক এটা পেচা হিচাপে গ্ৰহণ কৰিব খোজা স্থানীয় শিল্পীসকলে ভ্ৰমণৰত এই শিল্পীদুগৰাকীৰ পৰা শিল্পৰ কলা –কৌশল আয়ত্ত কৰাৰ বাবেও আগ্ৰহী।

ভাৰতৰ ভিভিন্ন নগৰ মহানগৰৰ ৰাজপথ কলাকৃতি অংকন কৰা ৰঞ্জীত দেহিয়াই স্থানীয় যুৱচামৰ সৈতে মহানগৰৰ আলিয়ে গলিয়ে কলাকৃতি অংকন কৰাৰ কৌশলসমূহ  বুজাই দিয়ে। তেওঁ শ্বিলঙৰ এটা চৰকাৰী অট্টালিকাত প্ৰবীন অভিনেতা মিথুন চক্ৰবৰ্তীৰ কলাকৃতি অংকন কৰিব।

‘ কেনণ্ট ষ্টপ আৰ্ট এণ্ড ক্ৰাফ্‌ট’ (Can’t Stop Art and Craft) গোট স্থাপন কৰা স্থানীয় শিল্পী অলিভাৰ ৱেণ্ডেল লিণ্ডেমে কয় যে তেওঁ আৰু তেওঁৰ সহযোগী শিল্পীসকলে দেহিয়াৰ পৰা কলাকৃতি অংকনৰ বিভিন্ন কৌশল আৰু শৈলী আয়ত্ব কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে জোতা পলিছ কৰা ব্ৰাছেৰে কেনেদৰে কলাকৃতি অংকন কৰিব লাগে এই  সকল অতিথি শিল্লীদুগৰাকীৰ পৰা তেওঁলোকে  শিকিবলৈ সক্ষম হৈছে।

লিণ্ডেমৰ মতে ষ্ট্ৰীট আৰ্ট ফেষ্টিভেলে ১৫গৰাকী স্থানীয় শিল্পীক উপকৃত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd