• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচন আচৰণবিধি উলংঘাৰ গোচৰ ৰুজু হায়দৰাবাদ আৰক্ষীৰ

by
May 4, 2024 8:04 pm
321
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু হায়দৰাবাদ লোকসভাৰ আসনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কে. মাধৱী লতাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ গোচৰ ৰুজু হৈছে। জি কিষাণ ৰেড্ডী, টি যমন সিং, ৰাজা সিংকে ধৰি আন বিজেপি নেতাৰ নামো এফআইআৰত সন্নিবিষ্ট কৰা হৈছে। হায়দৰাবাদৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ সকলোৰে বিৰুদ্ধে উত্থাপিত হৈছিল।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি নিৰঞ্জন ৰেড্ডীৰ অভিযোগৰ ভিত্তিত এই বিষয়ত হায়দৰাবাদ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। অভিযোগত ৰেড্ডীয়ে দাবী কৰিছে যে ১ মে’ত বিজেপিয়ে লালদৱাজাৰ পৰা সুধা টকীজলৈ এখন ৰেলী উলিয়াইছিল, য’ত অমিত শ্বাহকে ধৰি বহু বিজেপি নেতাই অংশগ্ৰহণ কৰিছিল। ইয়াত শ্বাহৰ সৈতে মঞ্চত কিছু শিশুকো দেখা গ’ল।এই এফআইআৰৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে যে কংগ্ৰেছ নেতাই দাবী কৰিছে যে বিজেপিৰ নিৰ্বাচনী প্ৰতীক (পদুম) থকা পতাকা লৈ মঞ্চত এটি শিশুও দেখা গৈছিল, যিটো নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা স্পষ্টভাৱে উলংঘা কৰা হৈছে। ৰেড্ডীয়ে অভিযোগৰ সৈতে অনুষ্ঠানটোৰ এখন ফটোও সংলগ্ন কৰিছে।

অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে হায়দৰাবাদ আৰক্ষী আয়ুক্ত শ্ৰীনিবাস ৰেড্ডীক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল। ইয়াৰ পাছত আৰক্ষী আয়ুক্তৰ নিৰ্দেশত ডিচিপি (দক্ষিণ মণ্ডল) স্নেহা মেহৰাই তদন্ত কৰি গোচৰ ৰুজু কৰে। মোগলপুৰা আৰক্ষীয়ে বৰ্তমান (মোগলপুৰা আৰক্ষী থানা) তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত শিশুৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ ৰাজনৈতিক দলসমূহক নিৰ্দেশনা জাৰি কৰিছিল আৰু এই বিষয়ত ‘শূন্য সহনশীলতা’ নীতি মানি চলিব বুলিও কৈছিল।

স্মৰ্তব্য যে অহা ১৩ মে’ত হায়দৰাবাদ লোকসভাৰ আসনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াত বিজেপিয়ে হায়দৰাবাদৰ পৰা মাধৱী লতাক বৰ্তমানৰ সাংসদ তথা এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছীৰ বিৰুদ্ধে থিয় কৰোৱা হৈছে।

Recent News

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd