• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নাই কোনো গোচৰ, নাই কোনো সম্পত্তিৰ পাহাৰ : কিন্তু ১ কোটি টকাৰ কিতাপ আছে এইগৰাকী জ্ঞানপিপাসু প্ৰাৰ্থীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 5, 2024 9:20 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃণমূলৰ ‘হেভিৱেট’ নেতা কল্যাণ বেনাৰ্জী। পেচাত তেওঁ এগৰাকী অধিবক্তা। ইয়াৰ পূৰ্বে তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে তেওঁ।  শ্ৰীৰামপুৰ সমষ্টিৰ তৃণমূলৰ প্ৰাৰ্থী কল্যাণ বেনাৰ্জীৰ মুঠ সম্পত্তি জানেনে?

বেনাৰ্জীয়ে দাখিল কৰা শপতনামা অনুসৰি ২০১৮-১৯ চনৰ পৰা ২০২২-২৩ চনলৈ তেওঁৰ বাৰ্ষিক আয় ক্ৰমে ৩ কোটি ৭৯ লাখ ৩৭ হাজাৰ ৮২০ টকা, ২ কোটি ১২ লাখ ১৭ হাজাৰ ৩৬৯টকা, ৩ কোটি ৪৪ লাখ ৯৯ হাজাৰ ১২৩ টকা, ৪ কোটি ৩২ লাখ ৩৩ হাজাৰ ৫৪৪ টকা আৰু ৪ কোটি ৩২ লাখ ৬৩ হাজাৰ ২৬৬ টকা।

Apply Now

বিগত পাঁচ বছৰত কল্যাণ বেনাৰ্জীৰ পত্নীৰ আয় ক্ৰমে ২ লাখ ৭৫ হাজাৰ ১২ টকা, ২ লাখ ৬০ হাজাৰ ২৫৪ টকা, ২ লাখ ৬০ হাজাৰ ২৫০ টকা, ২ লাখ ৮৮ হাজাৰ ৫৩০ টকা আৰু ৩ লাখ ২৫ হাজাৰ ৬০০ টকা।

শপতনামাত উল্লেখ কৰা অনুসৰি বেনাৰ্জীৰ আয়ৰ উৎস হ’ল আইনী মাচুল, বেংক আৰু বিনিয়োগৰ পৰা সুদ আৰু ঘৰৰ পৰা পোৱা ভাড়া। পত্নীৰ উপাৰ্জনৰ উৎস হৈছে শাৰী ব্যৱসায় আৰু বেংক আৰু বিনিয়োগৰ পৰা পোৱা সুদ।

তদুপৰি, বেনাৰ্জীৰ আছে উত্তৰাধিকাৰী সূত্ৰে পোৱা ৫০০ বৰ্গফুট মাটি, যাৰ মূল্য ৭ লাখ টকা। দিল্লীৰ বৃহত্তৰ কৈলাশৰ হৰিশ চেটাৰ্জী ৰোডত এটা ঘৰ আছে বেনাৰ্জীৰ। ১১ লাখ ৯৬ হাজাৰ টকাৰ হোম লোন আছে কল্যাণ বেনাৰ্জীৰ, গাড়ী কিনিবলৈও ১ লাখ ৬৪ হাজাৰ ২৫৫ টকাৰ ঋণ লৈছিল।

মুঠতে তৃণমূল নেতাগৰাকীৰ স্থাৱৰ সম্পত্তি ২৪ কোটি ২০ লাখ ১৭ হাজাৰ ৯৩৫ টকা। অস্থাৱৰ সম্পত্তি ৩ কোটি ৫০ লাখ ১০ হাজাৰ টকা। লগতে তেওঁৰ আছে ১৩ লাখ ৬০ হাজাৰ ৩৯৮ টকাৰ ঋণ।

আনহাতে পত্নী চিত্ৰ বেনাৰ্জীৰ স্থাৱৰ সম্পত্তি ২ কোটি ৭১ লাখ ৪১ হাজাৰ ৫৩৬ টকা। অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৩ লাখ ১০ হাজাৰ টকা।

কল্যাণৰ হাতত আছে প্ৰায় ২৩ লাখ টকাৰ টয়োটা ইনোভা ক্ৰীষ্টা, ৪.৮১ লাখ টকাৰ টয়োটা ক’ৰ’লা আলটিছ। ১৫ লাখ টকাৰ সোণৰ গহনা আছে বেনাৰ্জীৰ। কল্যাণ বেনাৰ্জীৰ ব্যক্তিগত পুথিভঁৰালত আছে ১ কোটি টকাৰ কিতাপ। পত্নীৰ হাতত আছে ২ কোটি ৭১ লাখ ৪১ হাজাৰ ৫৩৬ টকাৰ গহনা। কল্যাণ বেনাৰ্জীৰ বিৰুদ্ধে নাই কোনো অপৰাধমূলক গোচৰ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd