• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তৃতীয় সন্তানৰ বাবেও কৰ্মচাৰীয়ে লাভ কৰিব প্ৰসূতিকালীন ছুটী- বম্বে হাইকোৰ্টৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2024 6:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা বিশেষ প্ৰতিষ্ঠানৰ তৃতীয় সন্তানৰ বাবে কোনো প্ৰসূতিকালীন ছুটী নাছিল। সেই গোচৰত ১২ বছৰ পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ে মহিলাসকলক প্ৰসূতিকালীন ছুটীৰ সকলো সুবিধা দিবলৈ নিৰ্দেশ দিছিল। আদালতে লক্ষ্য কৰিলে যে প্ৰতিষ্ঠালটো সন্তানসম্ভৱা কৰ্মচাৰীজনৰ প্ৰতি অধিক সহানুভূতিশীল হ’ব লাগিছিল।

২০১২ চনত মহিলাগৰাকীয়ে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষত কৰ্মৰত আছিল। ছেপ্টেম্বৰ মাহত প্ৰসূতি ছুটীৰ বাবে আবেদন কৰিছিল। প্ৰথম বিবাহৰ পৰাই মহিলাগৰাকীৰ এটা সন্তান আছিল। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত সহানুভূতিৰ ভিত্তিত চাকৰিটো দিয়া হৈছিল। ইয়াৰ পাছত মহিলাগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিলে। দ্বিতীয় বিবাহত আৰু দুটা সন্তান জন্ম দিলে। অভিযোগ অনুসৰি দ্বিতীয় বিবাহৰ দ্বিতীয় সন্তান জন্ম হোৱাৰ পূৰ্বেই মহিলাগৰাকীয়ে এজেন্সীলৈ প্ৰসূতি ছুটীৰ বাবে আবেদন কৰিছিল। কিন্তু কৰ্তৃপক্ষই তেওঁৰ আবেদন নাকচ কৰে। ইয়াৰ পাছত ২০১৫ চনত সংগঠনটোৰ শ্ৰমিক সংগঠন আৰু মহিলাগৰাকীয়ে ন্যায়সংগত অধিকাৰৰ দাবীত আদালতৰ কাষ চাপিছিল। ৯ বছৰ ধৰি এই গোচৰটো বম্বে উচ্চ ন্যায়ালয়ত চলি আছে।

এএআইয়ে যুক্তি দিছিল যে মহিলাগৰাকী তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। তেওঁলোকৰ সংগঠনৰ নিয়ম অনুসৰি এগৰাকী মহিলা শ্ৰমিকৰ দুটাতকৈ অধিক সন্তান থাকিলে প্ৰসূতিকালীন ছুটী পোৱা নাযায়। সেই নিয়ম অনুসৰি মহিলাগৰাকীৰ আবেদন নাকচ কৰা বুলি কোম্পানীটোৰ অধিবক্তাই আদালতত জনায়।

Apply Now

বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ চন্দুৰকাৰ আৰু ন্যায়াধীশ জিতেন্দ্ৰ জৈনৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে, “কৰ্মক্ষেত্ৰত মহিলাসকলক সন্মান কৰা উচিত। সন্তান জন্ম দিয়াটো তেওঁলোকৰ জীৱনৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। গতিকে এগৰাকী মহিলা শ্ৰমিকক সন্তান জন্ম দিবলৈ কৰ্মক্ষেত্ৰই যি কাম কৰিব লাগে, সেয়া কোম্পানীৰ মালিকৰ সহানুভূতিৰে কৰিব লাগে। কৰ্মক্ষেত্ৰত কৰ্তব্য পালন কৰাৰ সময়ত গৰ্ভৱতী মহিলাৰ শাৰীৰিক সমস্যাৰ বিষয়ে কৰ্তৃপক্ষই বিবেচনা কৰিব লাগে।”

২০১২ চনত প্ৰসূতিকালীন ছুটীৰ বাবে আবেদন কৰাৰ পূৰ্বে ২০০৯ চনত আন এটা সন্তান জন্ম দিছিল মহিলাগৰাকীয়ে। সেই সময়ত তেওঁ সেই কোম্পানীত কাম কৰি আছিল। কিন্তু সেই সময়ত তেওঁ প্ৰসৱৰ সময়ত প্ৰসূতি ছুটী লোৱা নাছিল। ২০১২ চনত তেওঁ প্ৰথমবাৰৰ বাবে এই ছুটীৰ বাবে আবেদন কৰিছিল। আদালতে কয় যে কোম্পানীয়ে মহিলাগৰাকীৰ ছুটীৰ আবেদন নাকচ কৰিব নালাগিছিল। আদালতে তেওঁক বৰ্তমান পাবলগীয়া প্ৰসূতি ছুটীৰ সকলো সুবিধা আঠ সপ্তাহৰ ভিতৰত দিবলৈ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd