• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2024 1:34 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া মণ্ডলৰ অন্তৰ্গত বৰপেটা ৰোড- পাঠশালা খণ্ডত দ্বৈত ৰে’লপথৰ কমিছনিং কৰাৰ বাবে বৰপেটা ৰোড, সৰুপেটা আৰু পাঠশালা ষ্টেচনত প্ৰি-নন-ইণ্টাৰলকিং আৰু নন-ইণ্টাৰলকিং কামৰ প্ৰতি লক্ষ্য ৰাখি সেই খণ্ডৰ মাজেৰে চলাচল কৰা কেইখনমান ৰে’ল বাতিলকৰণ,পথ পৰিৱৰ্তন, সময়সূচীৰ পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰা হব:

সেই অনুসৰি ৰে’ল সেৱাৰ বাতিলকৰণ:

*১৯ মে’ৰ পৰা ০৪ জুন, ২০২৪ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৬০২ (গুৱাহাটী – ধুবুৰী) এক্সপ্ৰেছ।

*২০ মে’ৰ পৰা ০২ জুন, ২০২৪ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৭৫৩ (আলিপুৰদুৱাৰ জংচন – গুৱাহাটী) ছিফুং এক্সপ্ৰেছ।

*২০ মে’ৰ পৰা ০৩ জুন, ২০২৪ লৈ যাত্ৰা আৰম্ভ কৰিবলীয়া ৰে’ল  নং ১৫৭৫৪ (গুৱাহাটী – আলিপুৰদুৱাৰ জংচন) ছিফুং এক্সপ্ৰেছ।

*২০ মে’ৰ পৰা ০৫ জুন, ২০২৪ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৬০১ (ধুবুৰী- গুৱাহাটী) এক্সপ্ৰেছ

*২৫মে’ৰ পৰা ০২জুন, ২০২৪লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৭৬৯ (আলিপুৰদুৱাৰ জংচন – লামডিং) ইণ্টাৰচিটি এক্সপ্ৰেছ।

*২৫ মে’ৰ পৰা ০৩ জুন, ২০২৪ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৭৭০(লামডিং-আলিপুৰদুৱাৰ জংচন) ইণ্টাৰচিটি এক্সপ্ৰেছ।

*২৫ মে’ৰ পৰা ০৪ জুন, ২০২৪ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং. ০৫৮০৯ (নিউ বঙাইগাঁও – গুৱাহাটী) পেছেঞ্জাৰ আৰু ৰে’ল  নং ০৫৮০৩ (নিউ বঙাইগাঁও – গুৱাহাটী) পেছেঞ্জাৰ।

*২৬ মে’ৰ পৰা ৫ জুন, ২০২৪ তাৰিখলৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং. ০৫৮১০ (গুৱাহাটী-নিউ বঙাইগাওঁ) পেছেঞ্জাৰ আৰু ৰে’ল  নং. ০৫৮০৪ (গুৱাহাটী – নিউ বঙাইগাঁও) পেছেঞ্জাৰ।

*০৩জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ২২২২৭/২২২২৮ (নিউ জলপাইগুড়ী – গুৱাহাটী – নিউ জলপাইগুড়ী) বন্দে ভাৰত এক্সপ্ৰেছ

ৰে’ল সেৱাৰ সময় পুন নিৰ্ধাৰণ:

*২০ মেৰ পৰা ০২ জুন, ২০২৪ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং. ১৫৬৫৮ (কামাখ্যা – দিল্লী) ব্ৰহ্মপুত্ৰ মেইল আৰু ৩১ মে, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং. ১৫৬৩০ (শিলঘাট টাউন- তাম্বাৰাম) এক্সপ্ৰেছ ৰে’লখনৰ সময় প্ৰস্থানৰ নিৰ্ধাৰিত সময়সূচীৰ পৰা ৬০ মিনিট পলমকৈ যাত্ৰা আৰম্ভ কৰাৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

*২৮ মে, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৬৪৮ (গুৱাহাটী– লোকমান্য তিলক টাৰ্মিনাস) এক্সপ্ৰেছ,৩ জুন, ২০২৪ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ০৫৮০২(গুৱাহাটী – নিউ বঙাইগাঁও) পেছেঞ্জাৰ আৰু ৰে’ল নং ১৫৯৩০ (নিউ তিনিচুকীয়া – তাম্বাৰাম) এক্সপ্ৰেছ ৰে’লখনৰ সময় নিৰ্ধাৰিত সময়সূচীৰ পৰা ৯০ মিনিট পলমকৈ যাত্ৰা আৰম্ভ কৰাৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

*২৫ মে আৰু ০১ জুন, ২০২৪ তাৰিখে আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ০৯৫২৬ (নাহৰলগুন – হাপা) বিশেষ ৰে’ল খনৰ যাত্ৰা প্ৰস্থানৰ নিৰ্ধাৰিত সময়সূচীৰ পৰা ১২০ মিনিট পলমকৈ যাত্ৰা আৰম্ভ কৰাৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

*০৩জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১৫৯৬২ (ডিব্ৰুগড় – হাওড়া) কামৰূপ এক্সপ্ৰেছ ৰে’ল খনৰ যাত্ৰা প্ৰস্থানৰ নিৰ্ধাৰিত সময়সূচীৰ পৰা ৪০০ মিনিট পলমকৈ যাত্ৰা আৰম্ভ কৰাৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

ৰে’ল সেৱাৰ নিয়ন্ত্ৰণ:

*২২ আৰু ২৯ মে, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ০৭৩৮৭ (এছএছএছ হুব্বালি জংচন – নাহৰলগুন) বিশেষ ৰে’ল খনৰ যাত্ৰা যাত্ৰাপথত আৱশ্যক অনুযায়ী নিয়ন্ত্ৰণ কৰা হ’ব।

*১৯ আৰু ২৬ মে, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ০৫৯৩১ (কলকাতা – ডিব্ৰুগড়) বিশেষ ৰে’লখনৰ যাত্ৰা যাত্ৰাপথত আৱশ্যক অনুযায়ী নিয়ন্ত্ৰণ কৰা হ’ব।

* ১৯, ২৩, ২৬ আৰু ৩০মে, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ২০৫০৬ (নিউ দিল্লী- ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ ৰে’লখন যাত্ৰাপথত আৱশ্যক অনুযায়ী নিয়ন্ত্ৰণ কৰা হ’ব।

নিউ বঙাইগাঁও-গোৱালপাৰা টাউন-কামাখ্যা হৈ পথ পৰিৱৰ্তনঃ

*১৮, ২০, ২১, ২২, ২৪, ২৫, ২৭, ২৮, ২৯, ৩১  মে আৰু ০১ জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ২০৫০৪ (নিউ দিল্লী– ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ।

*২৪ আৰু ৩১ মে, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৯৩৪(অমৃতসৰ জংচন – নিউ তিনিচুকীয়া) এক্সপ্ৰেছ।

*১৯ মে’ৰ পৰা ০২ জুন, ২০২৪ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং. ১২৫০৬ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) নৰ্থ ইষ্ট এক্সপ্ৰেছ।

*১৯, ২২, ২৬আৰু ২৯মে, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং. ১৫৯০৪ (চণ্ডীগড় – ডিব্ৰুগড়) এক্সপ্ৰেছ।

*০২ জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভকৰিবলগীয়া ৰে’ল  নং. ১৫৯৫৯ (হাওড়া – ডিব্ৰুগড়) কামৰূপ এক্সপ্ৰেছ।

*২৩ আৰু ৩০ মে, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৯২৫(দেওঘৰ- ডিব্ৰুগড়) এক্সপ্ৰেছ।

*০১ জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৫৫১ (এছএমভিটি বেংগালুৰু – কামাখ্যা) এক্সপ্ৰেছ, ৰে’ল  নং ১৫৬৫৭ (দিল্লী – কামাখ্যা) ব্ৰহ্মপুত্ৰ মেইল আৰু ৰে’ল নং. ১২৫১৩ (ছেকেন্দ্ৰাবাদ – শিলচৰ) এক্সপ্ৰেছ ৰে’ল।

*২০আৰু ২৭মে, ২০২৪তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৬২৫(দেওঘৰ – আগৰতলা) এক্সপ্ৰেছ।

কামাখ্যা-গোৱালপাৰা টাউন-নিউ বঙাইগাওঁ হৈ পথ পৰিৱৰ্তনঃ

*২ জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১২৪২৩(ডিব্ৰুগড়- নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ,ৰে’ল  নং ২০৫০৩ (ডিব্ৰুগড়- নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ, ৰে’ল  নং ০১০৬৬(আগৰতলা – ছত্ৰপতি শিৱাজী মহাৰাজটাৰ্মিনাচ) বিশেষ আৰু ৰে’ল  নং. -০১৬৬৬ (আগৰতলা – ৰাণী কমলাপতি) বিশেষ ৰেল।

*০৩ জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং. ১৫৬৩৬ (গুৱাহাটী- ওখা) এক্সপ্ৰেছ,ৰেল নং ১২৫১০(গুৱাহাটী – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ আৰু ৰে’ল  নং. ১৫৬৫৮ (কামাখ্যা – দিল্লী) ব্ৰহ্মপুত্ৰ মেইল।

*২০মে’ৰ পৰা ০৩জুন, ২০২৪লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১২৫০৫(কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ।

*২০, ২৭ মে আৰু ০৩ জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৬৫১(গুৱাহাটী – জম্মু তৱী) এক্সপ্ৰেছ।

*২৫ মে আৰু ০১ জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৬৩৪(গুৱাহাটী – বিকানেৰ) এক্সপ্ৰেছ।

*৩০ মে, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং ১৫৬৩২ (গুৱাহাটী – বাৰমেৰ) এক্সপ্ৰেছ।

*২২আৰু ২৯মে, ২০২৪তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল  নং. ১৫৬৫৩ (গুৱাহাটী– জম্মু তৱী) এক্সপ্ৰেছ আৰু ৰে’ল  নং ১২৫৫২ (কামাখ্যা – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd