• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অগ্নিপথ আঁচনিঃ বিহাৰত নিৰ্বাচিত হোৱাৰ পাছতো অগ্নিবীৰে এৰিছে চাকৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2024 2:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সামৰিক ক্ষেত্ৰক উদ্বিগ্ন কৰিব পৰা এক খবৰ৷এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি দেশৰ অগ্নিপথ আঁচনি ৰূপায়ণৰ পাছত ২৩ বছৰীয়া অনুপ যাদৱ নামৰ এজন যুৱকে প্ৰথম নিযুক্তি পত্ৰ লাভ কৰে। কিন্তু পৰিয়ালৰ লোকৰ পৰামৰ্শ মতে কেতিয়াও সেনাবাহিনীত যোগদান কৰা নাছিল।

স্নাতক ডিগ্ৰী লাভ কৰা অনুপে বিহাৰ আৰু ঝাৰখণ্ড আৰক্ষীত উপ পৰিদৰ্শক (এছ আই) নিযুক্তিৰ বাবে প্ৰস্তুতি চলাইছে৷বিহাৰৰ বাংকা জিলাৰ বাসিন্দা অনুপ যাদৱে নিশ্চিত কৰিছে যে অগ্নিপথ আঁচনিৰ চাকৰি তেওঁৰ প্ৰশিক্ষক আৰু আন সতীৰ্থসকলে চাকৰি নকৰো বুলি (নাম প্ৰকাশ নকৰাৰ চৰ্তত) দ্য ৱায়াৰক নিশ্চিত কৰিছে।

অনুপৰ প্ৰশিক্ষক মনু ৰঞ্জনে দ্য ৱায়াৰক কয় যে, ‘অগ্নিপথ আঁচনিৰ বাবে সেনাৰ চাকৰি এৰি যোৱা একমাত্ৰ প্ৰাৰ্থী অনুপ নহয়। নিযুক্তি পত্ৰ পোৱাৰ পাছতো অগ্নিবীৰ হ’বলৈ নোযোৱা এনে বহু প্ৰাৰ্থীয়ে এতিয়া আন ঠাইত চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে।

Apply Now

২০২৩ চনৰ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ আছে যে অগ্নিপথ আঁচনিৰ অধীনত চাকৰি পোৱা বহু যুৱকে প্ৰশিক্ষণৰ মাজভাগত চাকৰি এৰি থৈ গৈছিল। উক্ত প্ৰতিবেদন অনুসৰি এজন সামৰিক বিষয়াই কয় যে অগ্নিবীৰৰ প্ৰথমটো বেটচত ৫০ জনতকৈ অধিক যুৱকে মাজভাগত প্ৰশিক্ষণ এৰি থৈ গৈছিল।

ৰাজ্যখনৰ সাৰণ জিলাৰ ধৰ্মপুৰা গাঁৱত প্ৰৱেশ কৰাৰ লগে লগে আমৰ বাগিচা এখনত জিৰণি লৈ থকা এজন আদবয়সীয়া লোকে কয় যে – এতিয়া সেনাবাহিনীত কোনোৱে আনন্দত যোৱা নাই বাধ্যবাধকতাৰ বাবেহে গৈছে৷

এই আদবয়সীয়া ব্যক্তিজনে সেনাবাহিনীৰ প্ৰতি গাঁৱৰ যুৱক-যুৱতীসকলৰ পৰিৱৰ্তিত মনোভাৱক লৈ মন্তব্য কৰিছিল যদিও যুৱকসকলে মন্তব্য দিবলৈ অস্বীকাৰ কৰে। তেওঁলোকে অনুভৱ কৰে যে যদি তেওঁলোকে এই বিষয়ে কথা কয় তেন্তে আৰক্ষীয়ে তেওঁলোকক প্ৰতিবাদকাৰী বুলি চিনাক্ত কৰিব পাৰে।

দ্বিতীয় কাৰণটো হ’ল অঞ্চলটোৰ ৰাজপুতসকল ভাৰতীয় জনতা পাৰ্টিৰ ভোটাৰ, গতিকে অগ্নিপথ আঁচনিৰ ওপৰত ক্ষুব্ধ হৈয়ো তেওঁলোকে বিজেপিৰ বিৰুদ্ধে মাত মাতিব নিবিচাৰে। ৰাজপুত যুৱক ৰমেশ (নাম সলনি কৰা হৈছে) য়ে কয় যে অগ্নিপথ আঁচনিখনে এই গাঁৱৰ ৮০ শতাংশ যুৱকৰ সেনাবাহিনীত যোগদানৰ উৎসাহ ধ্বংস কৰি পেলাইছে।

গাঁওবাসীয়ে কয় যে অগ্নিপথ আঁচনিৰ আগতে প্ৰতি বছৰে এই গাঁৱৰ পৰা কমেও ১০ জন লোকে সেনাবাহিনীত যোগদান কৰিছিল যদিও যোৱা দুবছৰত মাত্ৰ ৩-৪ জন লোকে সেনাবাহিনীত যোগদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd