• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু, প্ৰাণ গ’ল দেশৰ বৈদেশিক মন্ত্ৰীৰো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2024 11:05 am
ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি। ফটোঃ সংগ্ৰহীত।

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি। ফটোঃ সংগ্ৰহীত।

1.6k
VIEWS
Share on FacebookShare on Twitter

ইৰাণত হেলিকপ্টাৰ ভাঙি যোৱাৰ ফলত সংঘটিত দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু ঘটিছে। হেলিকপ্টাৰখনত ৰাইছিৰ সহযাত্ৰী তথা বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানৰো মৃত্যু ঘটে।

ইৰাণৰ চৰকাৰী সংবাদ সংস্থাৰ ফালৰ পৰা যদিও দুয়োজন ব্যক্তিৰ মৃত্যুৰ খবৰ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই, সংবাদ সংস্থা ৰয়টাৰে সেই দেশৰ প্ৰশাসনিক বিষয়াৰ উদ্ধৃতি দি এই খবৰ প্ৰকাশ কৰিছে।

দেওবাৰেই জানিব পৰা গৈছিল যে ৰাইছিৰ হেলিকপ্টাৰখন পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। সেই হেলিকপ্টাৰখনত আছিল ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীও।

ইৰাণ প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থাক জনোৱা মতে, হেলিকপ্টাৰখনে পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাইছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল বুলি বিষয়াগৰাকীয়ে জনায়।

চৰকাৰী বিষয়াগৰাকীৰ উদ্ধৃতি দি ৰয়টাৰে কৈছিল যে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীৰ অৱস্থা “বিপজ্জনক”। আন এজন চৰকাৰী বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কৈছিল, ‘আমি এতিয়াও হাৰ মনা নাই। কিন্তু হেলিকপ্টাৰখন ভাঙি পৰা অঞ্চলটোৱে আমাৰ উদ্বেগ প্ৰকাশ কৰিছে।’

ইয়াৰ পূৰ্বে ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ৰাইছি থকা হেলিকপ্টাৰখন উদ্ধাৰ কৰা হৈছে। সংবাদ সংস্থাটোৱে দুৰ্ঘটনাস্থলীৰ ছবিও প্ৰদান কৰে। দেখা যায় যে হেলিকপ্টাৰখনৰ ভঙা অংশটো কুঁৱলীময় পাহাৰৰ ওপৰত পৰি আছে। একাধিক গাড়ী চলি আছে। দুৰ্ঘটনাস্থলীলৈ খোজকাঢ়ি গৈ আছে উদ্ধাৰকাৰী দল। ভঙা হেলিকপ্টাৰখনৰ অৱস্থাও শোচনীয়। দুৰ্ঘটনাৰ ফলত ই বিধ্বস্ত হয়। হেলিকপ্টাৰখনত জুই লাগিছিল। বহু অংশ জ্বলি গৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে হেলিকপ্টাৰখনৰ কেবিন।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd