• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতলৈ আহি সন্ধানহীন বাংলাদেশৰ সাংসদ; বিচাৰি ভাৰতত উপস্থিত পৰিয়ালৰ সদস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2024 2:07 pm
ভাৰতলৈ আহি সন্ধানহীন বাংলাদেশৰ  সংসদ আনোৱাৰুল আজিম আনাৰ। ফটোঃ সংগ্ৰহীত।

ভাৰতলৈ আহি সন্ধানহীন বাংলাদেশৰ সংসদ আনোৱাৰুল আজিম আনাৰ। ফটোঃ সংগ্ৰহীত।

330
VIEWS
Share on FacebookShare on Twitter

চিকিৎসাৰ বাবে ভাৰতলৈ আহি সন্ধানহীন হৈ পৰিছে বাংলাদেশৰ ঝিনাইদহ-৪ সমষ্টিৰ আৱামী লীগৰ সংসদ সদস্য আনোৱাৰুল আজিম আনাৰ। বিগত কেইদিনমান ধৰি তেওঁৰ সৈতে যোগাযোগ কৰাত ব্যৰ্থ হোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক।

শনিবাৰে সাংসদ আনোৱাৰুল আজিম আনাৰক বিচাৰি ভাৰতলৈ আহিছে তেওঁৰ ভতিজাক ছাইমনকে ধৰি আন তিনিজন লোক। কিন্তু এতিয়ালৈকে তেওঁলোকে একো সন্ধান পোৱা নাই। ভাৰতীয় কৰ্তৃপক্ষই তেওঁৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এই সন্দৰ্ভত সাংসদগৰাকীৰ ব্যক্তিগত সহায়ক আব্দুৰ ৰৌফে কয়, “যোৱা ১২ মে’ত ঝিনাইদহৰ কালিগঞ্জৰ পৰা চুৱাডাংগাৰ দৰ্শনা সীমান্তৰ মাজেৰে চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল আনাৰ। পশ্চিম বংগৰ নিউ টাউন অঞ্চলৰ বন্ধু গোপালৰ ঘৰত থাকে। ১৩ মে’ত সংসদগৰাকীয়ে হোৱাটছএপযোগে পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছিল। পিছদিনা ১৪ মে’ত এবাৰ কথা পতাৰ পিছত পৰিয়ালৰ লোক আৰু ৰাজনৈতিক নেতাসকলে তেওঁৰ মোবাইল ফোন আৰু হোৱাটছএপত যোগাযোগ কৰিব পৰা নাই।‘’

আব্দুৰ ৰৌফে লগতে কয় যে আনোৱাৰুল আজিম আনাৰ নিৰুদ্দেশৰ বিষয়ে পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে। নিৰুদ্দেশৰ বিষয়টো ইতিমধ্যে বিভিন্ন চোৰাংচোৱা বিভাগে চোৱাচিতা কৰিবলৈ আৰম্ভ কৰিছে।

নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্য আৰক্ষী ব্যস্ত যদিও ভাৰতত বাংলাদেশী সাংসদৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই ভাৰতৰ গৃহ মন্ত্ৰালয়ক জোকাৰি গৈছে। ইতিমধ্যে কেন্দ্ৰীয় চোৰাংচোৱাসংস্থাৰ বিষয়াসকল অভিযানত নামিছে। সূত্ৰ অনুসৰি নিৰুদ্দেশ হোৱা বাংলাদেশী সাংসদগৰাকীৰ সন্ধান উলিয়াই সুস্থ শৰীৰে দেশলৈ ঘূৰাই পঠিয়াবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিৰ্দেশ দিছে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd