• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰপতিৰ মৃত্যুত জনগণৰ আনন্দ : ইৰানত পতনৰ দিশে আগবাঢ়িছে নেকি ইছলামিক শাসন?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 22, 2024 7:10 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ। ভাৰতকে ধৰি বিভিন্ন দেশে ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

ইয়াৰ বিপৰীতে ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যু হোৱাৰ বাবে আনন্দ প্ৰকাশ কৰি উৎসৱ পালন কৰিছে ইৰাণৰ একাংশ নাগৰিকে। ৰাইছিৰ মৃত্যুৰ পিছত আনন্দ উদযাপন কৰা কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইৰাণৰ বহু নাগৰিক আৰু প্ৰবাসী ইৰাণী লোকে এই দুৰ্ঘটনাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। বহুতে পাৰ্টী কৰাৰ লগতে আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰিছে।

Apply Now

I am so happy to see smiles on your faces. This is how the daughters of Minoo Majidi, who was killed by the Iranian regime during the Woman, Life, Freedom uprising, reacted to the news of Ebrahim Raisi’s helicopter crash.
✌️✌️
pic.twitter.com/ypJiIzxD5S

— Masih Alinejad 🏳️ (@AlinejadMasih) May 19, 2024

উল্লেখ্য যে ইব্ৰাহিম ৰাইছি কেৱল ইৰাণৰ ৰাষ্ট্ৰপতিয়েই নাছিল। ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ উত্তৰাধিকাৰী হিচাপেও তেওঁ মুখ্য প্ৰতিদ্বন্দ্বী আছিল।

কিন্তু দেশৰ শীৰ্ষ নেতাগৰাকীৰ মৃত্যুত কিয় স্ফূৰ্তি কৰিছে ইৰাণবাসীয়ে?

ইৰাণী-আমেৰিকান সাংবাদিক মাছিহ আলিনেজাদে ছ’চিয়েল মিডিয়াত লিখিছে, ‘মোৰ মতে ইতিহাসৰ এইটোৱেই একমাত্ৰ হেলিকপ্টাৰ দুৰ্ঘটনা, য’ত মানুহে আনন্দ লাভ কৰিছে। বিশ্ব হেলিকপ্টাৰ দিৱসৰ শুভেচ্ছা থাকিল!”

ভাইৰেল হোৱা এটা ভিডিঅ’ত এজন ব্যক্তিয়ে কৈছে, “আহক আমি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ভাল খবৰটো উদযাপন কৰোঁ।”

আনহাতে হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছত লণ্ডনত থকা ইৰাণৰ দূতাবাসৰ বাহিৰত কেইবাজনো লোকে আনন্দত নৃত্য কৰা দেখা গৈছে।

লগতে দুগৰাকী যুৱতীয়ে সুৰাপান কৰি থকা এক দৃশ্যও বিশ্বজুৰি ভাইৰেল হৈ পৰিছে।  জানিব পৰা যুৱতী দুগৰাকীৰ মাতৃক ইৰান চৰকাৰে গুলীয়াই হত্যা কৰিছিল।

Celebration in front of Iran regime embassy in Berlin after death of Raisi! #Raisi #Iran #FreeIran2024 pic.twitter.com/AbHsrhzZFB

— Donya Jam (@FreeeIran) May 20, 2024


ইৰাণত  জনসাধাৰণৰ বাক স্বাধীনতাক চেপি ধৰিছিল ৰাইছিয়ে। তেওঁ মহিলাৰ সাজ-পোছাকৰ ওপৰত কঠোৰ ‘হিজাব আৰু সতীত্ব আইন’ বলবৎ কৰিছিল। যি আইনে ইৰাণৰ নীতি আৰক্ষীক সীমাহীন ক্ষমতা প্ৰদান কৰিছিল। কট্টৰ ইছলামিক শাসনে ইৰানৰ জনগণৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল। যাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত স্ফূৰ্তি কৰিছে ইৰানবাসীয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd