• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ উদ্যোগত ব’হাগী উৎসৱ পালন

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
May 18, 2018 7:43 pm
bohagi utsav Bcpl
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএল আৰু বিচিপিএলৰ ষ্টাফ ৱেলফেয়াৰ কমিটীয়ে বৃহস্পতিবাৰে বিচিপিএলৰ আৱাসিক এলেকাত চতুৰ্থ ব’হাগী উৎসৱ পালন কৰে। উৎসৱৰ কাৰ্যসূচীৰ মাজেৰে অসমৰ বিভিন্ন স্থানৰ সংগীত আৰু নৃত্যৰ সমাহাৰেৰে অসমৰ নিভাঁজ সংস্কৃতিক তুলি ধৰা হয়।

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এ কে সিঙে বিহুৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ লেপেটকটা চৌহদৰ সমীপত থকা দেৱানবাৰী গাঁওৰৰ এটা দলে হুঁচৰি প্ৰদৰ্শন কৰে।

Apply Now

অইন বাৰতকৈ এইবাৰ সুকীয়া ধৰণেৰে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ ষ্টাফ ৱেলফেয়াৰ কমিটীয়ে ব’হাগী উৎসৱ পালন কৰিছে, য’ত অসমৰ বাৰেৰহণীঁয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বিভিন্ন অনুষ্ঠানৰ কাৰ্যসূচীৰ মাজেৰে তুলি ধৰা হ’ব।

আবেলি ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এ কে সিং, বিত্ত সঞ্চালক ও পি টেইলৰ আৰু মুখ্য কাৰ্যকৰী বিষয়া পি নাগেশে আদি কৰি বিশিষ্ট লোকসকলে বন্তি প্ৰজ্জলন কৰি অনুষ্ঠান মুকলি কৰে।

ব্ৰহ্মপুত্ৰ চেম্বাৰ্ছ অব কইৰ নামৰ বিচিপিএলৰ ঘৰুৱা উদ্যোগৰ সাংগীতিক গোটটোৱে বৰগীত, হোলীগীত, লোকগীত, জিকিৰ, গোৱালপৰীয়া গীত, বনগীত আৰু বিহুৰ এক সন্মীলিত সমৱেত সংগীত পৰিৱেশন কৰে। এই ব’হাগী উৎসৱ আয়োজন কৰাৰ পূৰ্বে ষ্টাফ ৱেলফেয়াৰ কমিটীয়ে আৱাসিক এলেকাটোৰ মহিলা আৰু শিশুসকলক উদগণি দিয়াৰ বাবে এসপ্তাহযোৰা বিহু নৃত্য কৰ্মসালাৰ আয়োজন কৰে।

এই কৰ্মশালাই শিসুসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰি তোলাই নহয়, তেওঁলোকক মঞ্চত প্ৰদৰ্শন কৰাৰ বাবেও আত্মবিশ্বাসী কৰি তোলে। অন্যন্য কাৰ্যসূচীৰ ভিতৰত আছিল নৃত্যাংগন কলাকেন্দ্ৰৰ দ্বাৰা পৰিৱেশিত ভোৰতাল নৃত্য, বৰবৰুৱা চাহ বাগিচাৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত হুঁচৰি আৰু ঝুমুৰ।  এই ব’হাগী উৎসৱত ডিব্ৰুগড়ৰ প্ৰেৰণা প্ৰতিবন্ধী নামৰ বিশেষভাৱে সক্ষম লোকসকলৰ আৱাসীসকলেও যোগদান কৰিছিল।

প্ৰেৰণা প্ৰতিবন্ধীৰ প্ৰদৰ্শনে শ্ৰোতাসকলক মোহমুগ্ধ কৰি ৰাখি বুজাই দিছিল যে ইচ্ছাশক্তি থাকিলে সকলো সম্ভৱপৰ হয়।

সাংস্কৃতিক অনুষ্ঠানৰ অংশ হিচাপে ডিব্ৰুগড়ৰ নিউজ এণ্ড কমিক্‌ছ গ্ৰুপটোৱে তেওংলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰে। গায়ক মৃণাল মন বৰুৱা আৰু তেওঁৰ গ্ৰুপটোৱেও তেওঁলোকৰ সুমধুৰ সংগীতেৰে শ্ৰোতাক আনন্দ প্ৰদান কৰে। ষ্টাফ ৱেলফেয়াৰ কমিটী আৰু বিহু উদ্‌যাপন কমিটীৰ এই উদ্যোগক সকলোৱেই প্ৰশংসা কৰিছে।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd