• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্নীতিৰ বিৰুদ্ধে অনশন কৰি প্ৰাণ হেৰুৱালে উত্তৰ প্ৰদেশৰ সমাজ কৰ্মীয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 14, 2024 8:17 am
526
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত দুৰ্নীতিৰ বিৰুদ্ধে অনশন কৰি মৃত্যুক আকোৱালি ল’লে এগৰাকী সমাজ কৰ্মীয়ে। জানিব পৰা মতে, সমাজ কৰ্মী জনৰ নাম দেৱকী নন্দ শৰ্মা। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ।

বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা। উত্তৰ প্ৰদেশৰ মথুৰা জিলা চিকিৎসালয়ত মৃত্যু হৈছে সমাজ কৰ্মী গৰাকীৰ।

মন্তেৰৰ মহকুমাধিপতি আদেশ কুমাৰে কয় যে সমাজকৰ্মী দেৱকী নন্দ শৰ্মাই গ্ৰামোন্নয়ন বিভাগত এজাহাৰ দাখিল কৰিছিল যে জিলাখনত শৌচাগাৰ আৰু এম জি এনৰেগাৰ কাম-কাজৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। কিন্তু বিভাগে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত তেওঁ একমত নহ’ল। ইয়াৰ পিছতে তেওঁ ১২ ফেব্ৰুৱাৰীৰ পৰা নিজৰ বাসগৃহৰ সমীপৰ মন্দিৰৰ সন্মুখত অনশন কৰি ন্যায়ৰ দাবীত বহিছিল।

আদেশ কুমাৰে আৰু কয়, ‘মই তেওঁক অনশন বন্ধ কৰিবলৈ অনুৰোধ কৰিছিলো। কিন্তু ন্যায়ৰ আশাত তেওঁ মোৰ প্ৰস্তাৱত সন্মতি নিদিলে। তেওঁ মোক সকলো সমস্যা লিখিতভাৱে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ ক’লে। কিন্তু মোৰ সেই শক্তি নাই’।

মৃত সমাজকৰ্মীজনৰ পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অনশনৰ বাবে তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক প্ৰথমে স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছিল। তাৰ পৰাই তেওঁক জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। কিন্তু জিলা চিকিৎসালয়ত সমাজকৰ্মী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd