• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰল স্নায়ুজনিত ৰোগ, কাণেৰে নুশুনা হৈছে অলকা য়াগনিকে! গায়িকাৰ পোষ্ট দেখি স্তম্ভিত অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2024 2:03 pm
বিৰল স্নায়ুজনিত ৰোগ, কাণেৰে নুশুনা হৈছে অলকা য়াগনিকে! গায়িকাৰ পোষ্ট দেখি স্তম্ভিত অনুৰাগী
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ বিখ্যাত গায়িকা অলকা য়াগনিক এক বিৰল স্নায়ুৰ ৰোগত আক্ৰান্ত হৈছে। ফলত তেওঁৰ শ্ৰৱণ ক্ষমতা হ্ৰাস পাইছে। তেওঁ নিজেই ইনষ্টাগ্ৰামত পোষ্ট কৰি এই ৰোগৰ বিষয়ে সকলোকে অৱগত কৰিছে। তেওঁ কয় যে এই কাৰণেই যোৱা কেইদিনমানৰ পৰা তেওঁ নিজকে আঁতৰাই ৰাখিছে।

৫৪ বছৰীয়া অলকা য়াগনিকে শেষবাৰৰ বাবে ‘ক্ৰু’ আৰু ‘অমাৰ সিং চামকিলা’ত কণ্ঠদান কৰিছিল। তাৰ পিছত তেওঁক তেনেকৈ দেখা যোৱা নাই । সোমবাৰে তেওঁ নিজৰ এখন ছবি শ্বেয়াৰ কৰি এই কথা লিখিছে। লগে লগে পোষ্টটোত কমেন্টেৰে উপচি পৰিল। সকলোৱে তেওঁৰ আৰোগ্য কামনা কৰিছে। বহুতেই স্তম্ভিত হৈছে। কিছুমানে আকৌ গায়িকাগৰাকীক জিৰণি ল’বলৈ পৰামৰ্শ দিছে।

লগতে পঢ়কঃমন্থৰ হৈছে পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ আৱৰ্তনৰ গতি; দিন-ৰাতিৰ সময়ত ডাঙৰ পৰিৱৰ্তন?

সেই পোষ্টটোত অলকাই লিখিছে, ‘মোৰ সকলো বন্ধু, অনুৰাগী, শুভাকাংক্ষীক জনাও। কেইসপ্তাহমান আগতে বিমান এখনৰ পৰা নামি আহি থাকোঁতে হঠাৎ কাণেৰে একো শুনা নাছিলো। বহুতে জানিব বিচাৰে মোক কিয় তেনেকৈ দেখা নাযায়। আচলতে ই ভাইৰাছৰ সংক্ৰমণ যিয়ে বিৰল সংবেদনশীল স্নায়ুৰ সমস্যাৰ দিছে। এই কাৰণেই শ্ৰৱণ শক্তিহ্ৰাস পাইছে। মোৰ অজ্ঞাতে শৰীৰত এনে এক আকস্মিক সমস্যাৰ সৃষ্টি হৈছে। মই ইয়াক মানি ল’বলৈ চেষ্টা কৰিছো। আপোনালোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব।‘

উচ্চস্বৰত সংগীত শুনা আৰু হেডফোনৰ অত্যধিক ব্যৱহাৰৰ বিষয়েও সকীয়াই দিয়ে অলকাই। তেওঁ লিখিছে, ‘মই মোৰ পেছাদাৰী জীৱনৰ এই বিপদটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰো। মোৰ বিশ্বাস, আপোনালোকৰ মৰম আৰু সমৰ্থনত মই সোনকালে কামলৈ উভতি আহিম।’

 

View this post on Instagram

 

A post shared by Alka Yagnik (@therealalkayagnik)

অলকা য়াগনিকৰ এই পোষ্টটোত আচৰিত হৈ পৰিছে তাৰকাসকলো। অভিনেত্ৰী ইলা অৰুণে মন্তব্য কৰিছে, ‘শুনি মোৰ বৰ বেয়া লাগিল। প্ৰথমে ছবিখনহে দেখিলোঁ। তাৰ পিছত যিখিনি পঢ়িলোঁ সেয়া বৰ দুখৰ কথা আছিল। আপুনি শ্ৰেষ্ঠ চিকিৎসকসকলৰ ওপৰত বিশ্বাস ৰাখক। ভাল হ’ব, অতি সোনকালে আমি আপোনাৰ মধুৰ মাতটো শুনিম। মৰম থাকিল। সদায় নিজৰ যত্ন লোৱা।’

আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমেও লিখিছে, ‘কিয় নাজানো, কিবা এটা  যেন মোৰ অনুভৱ হৈছিল। মই উভতি আহি তোমাক লগ পাম, ভাল হৈ উঠা।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

August 14, 2025 7:55 pm
তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

August 14, 2025 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd