• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বনকৰা ছোৱালীৰ জন্মৰ ভুৱা প্ৰমাণ পত্ৰ দিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে শিশু কল্যাণ সমাজৰ এজাহাৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
May 19, 2018 10:57 pm
Child-labouer rescued in dibrugarh university

প্ৰতিনিধিত্বমূলক ছবি

142
VIEWS
Share on FacebookShare on Twitter

আজি এটা গুৰুত্বপুৰ্ণ ঘটনাত শিশু কল্যাণ সমাজে (Child welfare Society) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে।

প্ৰাপ্ত তথ্য মতে সোণোৱাল ঘৰত বনকৰা ছোৱালী হিচাপে ৰখা ছোৱালীগৰাকীৰ জন্মৰ ভুৱা প্ৰমাণ পত্ৰ জমা দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে শিশু কল্যাণ সমাজে এই এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে ১৫ মে’ৰ সন্ধিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত উপ-পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ ঘৰৰ লগতে চহৰখনৰ ভিন্ন স্থানৰ পৰা  ডিব্ৰুগড় জিলা প্ৰশাসন, শ্ৰম বিভাগ, আৰক্ষী আৰু চাইল্ডলাইনে তিনিগৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰিছিল।

পৰমানন্দ সোণোৱালৰ উপৰি শিশু শ্ৰমিক উদ্ধাৰ হোৱা আন দুটা ঘৰৰ গৰাকী আছিল উছমান আলী আৰু ইমৰান হুছেইন, তেওঁলোকৰ ঘৰৰ পৰা এগৰাকী কন্যা আৰু এটি ল’ৰা শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছিল। উদ্ধাৰ কৰা আটাইকেইটি শিশু শ্ৰমিকক শিশুগৃহত ৰখা হৈছে।

আনহাতে, শিশু শ্ৰমিক (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ২০১৬ৰ অধীনত তিনিওগৰাকী লোকৰ বিৰুদ্ধে ইতিমধ্যে শ্ৰম বিভাগে ডিব্ৰুগড় আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে। উক্ত আইন অনুসৰি বনকৰা কামত শিশু শ্ৰমিক নিয়োগ কৰাটো দণ্ডণীয় অপৰাধ।

শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে শেহতীয়াকৈ জিলা প্ৰশাসনে অংগনৱাৰী কৰ্মী, সমাজকৰ্মী, এন জি অ’, গাওঁৰক্ষী বাহিনী, গাওঁবুঢ়া, স্থানীয় লোক আৰু আৰক্ষীক লৈ এটা কৰ্মবাহিনী গঠন কৰিছিল।

মন কৰিবলগীয়া যে কিছুদিন পূৰ্বেও প্ৰশাসনে জিলাখনৰ বিভিন্ন স্থানৰ পৰা চাৰিগৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰিছিল।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd