• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশৰ বৰেলীত বিল্ডাৰ আৰু টাইলছ ব্যৱসায়ীৰ মাজত গুলীয়াগুলী : সহযোগ আছিল আৰক্ষীৰ!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 23, 2024 2:52 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ বাৰেলীত আজি পুৱা ৬.৩০ বজাত এটা প্লট দখল কৰাক কেন্দ্ৰ কৰি টাইলছ ব্যৱসায়ী আৰু বিল্ডাৰ পক্ষৰ মাজত গুলীচালনা হয়। কেৱল এয়াই নহয়, গুলীচালনাৰ উপৰিও অগ্নিসংযোগ আৰু শিলগুটি নিক্ষেপৰ ঘটনাও এঘণ্টা ধৰি চলে।

এই হিংসাত্মক ঘটনা দেখি পথাচাৰীসকল ভীতিগ্ৰস্ত হৈ উঠে। গুলীয়াগুলীৰ সময়ত গছৰ আঁৰত আত্মগোপন কৰি প্ৰাণ ৰক্ষা কৰে পথাচাৰীসকলে। আনকি এই ঘটনাত ওচৰৰ সকলো লোকে দুৱাৰ-খিৰিকী জপায় ভিতৰত সোমাইছিল। চিনেমাৰ কায়দাত চলিছিল এই গুলীয়াগুলীৰ ঘটনা।

এই গুলীয়াগুলী ইমানেই ভয়ানক আছিল যে আৰক্ষীয়েও এই হিংসা বন্ধ কৰিবলৈ সাহস কৰা নাছিল। মাত্ৰ আঁতৰৰ পৰা চাই ৰৈছিল আৰক্ষীয়ে।

জানিব পৰা মতে, এই হিংসাৰ জুই আগদিনা নিশাৰ পৰাই জ্বলিবলৈ আৰম্ভ কৰিছিল। ২২ জুনত নিশা কেইবাটাও গুণ্ডাক গ্ৰামাঞ্চলৰ পৰা মাতি অনা হৈছিল আৰু নিশা মদ্যপান কৰোৱা হৈছিল। পুৱালৈ সংঘটিত কৰিছিল এই হিংসাত্মক ঘটনা।

এই ঘটনাৰ পিছত্বৰেলীৰ এছ এছ পিয়ে ষ্টেচন ইনচাৰ্জকে ধৰি ৬ জন আৰক্ষীক নিলম্বন কৰিছে। জানিব পৰা মতে পৰোক্ষভাবে এই হিংসাত আৰক্ষীয়ে সহযোগিতা কৰিছিল।

 

ইয়াৰ পিছত আৰক্ষীয়ে হিংসা কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। কালাপুৰ খালত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন দুষ্কৃতিকাৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ললিত সাক্সেনা নামৰ এজন অপৰাধীক। বিগত সময়ত অপৰাধী ললিত ছাক্সেনাৰ বিৰুদ্ধে ১২টাতকৈও অধিক গোচৰ ৰুজু হৈছে। সম্প্ৰতি তেওঁ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই গোচৰত দুয়োপক্ষৰ পৰা মুঠ ১১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd