• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কেৱল ব্যৱহাৰ কৰিলেই নহয়! ব্যৱহাৰ কৰাৰ আগতে মনত ৰাখক এইকেইটা কথা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 23, 2024 6:30 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ দেশত মুক্ত যৌনতা এতিয়াও যেন নিষিদ্ধ। যৌনতাৰ কথা পতাটোকো কুদৃষ্টিৰে চাই বেছিভাগ লোকে। যৌনতাৰ বিষয়ে মুকলিকৈ ক’লেই ভ্ৰু কোঁচাই মানুহে।

আনকি যৌন জ্ঞান থকা কিতাপ পঢ়িলেও মানুহে সহজভাবে কথাটো নলয়। আৰু তাৰ পৰাই যৌনতা সম্পৰ্কে বিভিন্ন ভুল ধাৰণাৰ জন্ম হয়। যিয়ে ডাঙৰ বিপদ কঢ়িয়াই আনে।

Apply Now

ঠিক তেনেকৈ কণ্ডম সম্পৰ্কে মানুহৰ মাজত বহু ভুল ধাৰণা আছে। যাৰ ফলত বহু লোক মাজে মাজে ডাঙৰ বিপদৰ সন্মুখীন হয়।

কণ্ডমক সামাজিকভাবে নিষিদ্ধ বস্তু হিচাপে গণ্য কৰা হয়! কিন্তু কণ্ডম সকলোৱেই ব্যৱহাৰ কৰে। কিন্তু কণ্ডম সদায় গোপন স্থানত ৰাখে। গোপন কৰি ৰাখিবলৈ বহুতে কণ্ডমবোৰ সাৱধানে আলমাৰীৰ ভিতৰত ৰাখে। কিন্তু বিশেষজ্ঞসকলে কয় যে আলমাৰীৰ ভিতৰত থ’লে কণ্ডম অকাৰ্যকৰী হৈ পৰাৰ সম্ভাৱনা থাকে।

বেছিভাগ পুৰুষেই মানিবেগত কণ্ডম ৰাখে। যাৰ ফলত ঘৰ্ষণত কণ্ডমটো ফাটি যোৱাৰ সম্ভাৱনা থাকে।

কণ্ডমটো তাত ৰাখিলে বহি থকাৰ সময়ত ঘঁহি লিক হ’ব পাৰে। গৰম বতৰতো কণ্ডমৰ ফলপ্ৰসূতা হেৰুৱাব পাৰে। বেছিভাগ সময়তে অত্যধিক গৰম আৰু চাপৰ বাবে কণ্ডম নষ্ট হৈ যায়। গতিকে মানিবেগৰ চুকত ৰখা কণ্ডম কেতিয়াও নিৰাপদ নহয়।

কণ্ডম ব্যৱহাৰ কৰাৰ আগতে সদায় ইয়াৰ ম্যাদ পৰীক্ষা কৰিব লাগে। ম্যাদ উকলি যোৱা কণ্ডম ব্যৱহাৰ কৰিব নালাগে। ই ডাঙৰ বিপদত পেলাবা পাৰে।

বহুতেই প্ৰথমভাগত কণ্ডম নোহোৱাকৈ সম্ভোগ কৰে আৰু শেষ পৰ্যায়ত যেতিয়া বীৰ্যস্খলনৰ পৰ্যায়ত উপনীত হয় তেতিয়া কণ্ডম পৰিধান কৰি লয়। কিন্তু এই ধাৰণাটো সম্পূৰ্ণ ভুল। সম্ভোগৰ শীৰ্ষ পৰ্যায়ত উপনীত হোৱাৰ আগতেই শুক্ৰাণু নাৰীৰ যৌনাংগত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। সংগমৰ সময়ত শুক্ৰাণুবোৰ এটা এটাকৈ মুক্ত হয়। সেয়েহে আৰম্ভণিৰে পৰা কণ্ডম পিন্ধাটো ভাল।

সস্তীয়া কণ্ডম কেতিয়াও ব্যৱহাৰ নকৰিব। জনপ্ৰিয় তথা ভাল কোম্পানীৰ কণ্ডম ব্যৱহাৰ কৰিব লাগে।

বহুতে যৌন সম্পৰ্কৰ সময়ত কণ্ডমৰ ওপৰত যিকোনো লুব্ৰিকেণ্ট ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত মইশ্ব’ৰাইজাৰ, ভেচলিনৰ সলনি ভাল কোম্পানী চেক্স লুব্ৰিকেণ্ট ব্যৱহাৰ কৰিব লাগে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd