• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধান সভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটত মেলিলে ফাঁট ; অকলেই যুঁজাৰ সিদ্ধান্ত অজিত বাহিনীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 28, 2024 9:53 am
761
VIEWS
Share on FacebookShare on Twitter

কেইমাহমানৰ পিছত মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটলৈ নামি আহিছে সংকট। কিয়নো ফাঁট মেলিছে মিত্ৰজোঁটত।

মহাৰাষ্ট্ৰৰ এই মিত্ৰতাত আছে একনাথ সিন্ধেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এন চি পি। এন চি পিৰ নেতা (অজিত গোট) অমল মিতকাৰীয়ে আসন বিতৰণ সন্দৰ্ভত কৰা মন্তব্যৰ পিছতেই অস্থিৰ হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি।

সম্প্ৰতি মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটত মুখ্যমন্ত্ৰী একনাথ সিন্ধৰ নেতৃত্বত শিৱসেনা গোট, বিজেপি আৰু অজিত পাৱাৰৰ নেতৃত্বত এনচিপি গোট আছে। এই মিত্ৰতাই মহাৰাষ্ট্ৰত বিৰোধী ঐক্য ইণ্ডিয়াত্ক ৰোধ কৰিব নোৱাৰিলে।

যাৰ ফলত লোকসভা নিৰ্বাচনৰ পিছত এজনে আনজনক মুকলিকৈ দোষাৰোপ কৰিবলৈ ধৰিলে। এন চি পিৰ সংবিধান সভাৰ সদস্য অমল মিতকাৰীয়েও যেন অকলে যুঁজাৰ কথা ঘোষণা কৰি জ্বলা জুইত ঘিঁ ধালিলে।

মঙলবাৰে সন্ধিয়া এন চি পিৰ নেতাগৰাকীয়ে কয় যে, “আগন্তুক বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ মিত্ৰজোঁটৰ সদস্যসকলে পৃথকে পৃথকে যুঁজিব লাগিব। কাৰণ যদি সকলো সদস্যই ২৮৮খন আসনৰ ভিতৰত ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেন্তে সমীকৰণটো কেনেকৈ ভাৰসাম্যপূৰ্ণ হ’ব।”

উল্লেখ্য যে অমল মিতকাৰীয়ে বিজেপিক লক্ষ্য কৰি কৰা এই মন্তব্য সকলোৱে বুজি পাইছে। বিজেপি বিধান পৰিষদৰ প্ৰবীণ দৰেকাৰে এনচিপি নেতাগৰাকীক উত্তৰ দি এন চি পিৰ শীৰ্ষ নেতৃত্বই মিতকাৰীক সকীয়াই দিব লাগে বুলিও মন্তব্য কৰে।

দলৰ অনুমতি সাপেক্ষে মিতকাৰীয়ে এনে মন্তব্য কৰিছে নে নাই সেয়া দলৰ মুৰব্বী বা ৰাজ্যিক সভাপতিয়ে স্পষ্ট কৰিব লাগে বুলি দাবী কৰিছে বিজেপি নেতাগৰাকীয়ে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd