• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদী চৰকাৰৰ ওপৰত নতুন চাপ নীতিশৰ : গৃহীত হ’ল প্ৰস্তাৱ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 29, 2024 4:23 pm
424
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে মোদীৰ নেতৃত্বত কেন্দ্ৰত পুনৰ চৰকাৰ গঠন কৰিছিল এন ডি এয়ে । তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে।

অকলে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে নীতিশ কুমাৰৰ জে ডি ইউ আৰু চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিৰ সহযোগত চৰকাৰ গঠন কৰে ভাৰতীয় জনতা পাৰ্টিয়ে।

এনে পৰিস্থিতিত নীতিশ কুমাৰৰ দলে মোডী চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰি নতুন প্ৰস্তাৱ গৃহীত কৰে। শনিবাৰে জেডিইউৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰস্তাৱ গৃহীত হয়।

ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত জেডিইউৰ এগৰাকী জ্যেষ্ঠ নেতাই কয়, ‘বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী নতুন নহয়। বিহাৰৰ উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ বিশেষ ৰাজ্যৰ মৰ্যাদা অতি গুৰুত্বপূৰ্ণ।”

উল্লেখ্য যে এই প্ৰস্তাৱত বিহাৰত সংৰক্ষণৰ কথাও উল্লেখ কৰা হৈছে। শেহতীয়াকৈ বিহাৰত সংৰক্ষণ ৬৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই সংৰক্ষণ ৰূপায়ণৰ ক্ষেত্ৰত যাতে কোনো আইনী বাধা নাথাকে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সংৰক্ষণ ব্যৱস্থা সংবিধানৰ নৱম অনুসূচীত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে জে ডি ইউয়ে।

Recent News

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd