• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিৰ কৰ্মকাণ্ড : দলৰ সভাত আৰক্ষীৰ উপস্থিতিত মুকলিকৈ বিতৰণ কৰিলে সুৰাৰ বটল

by
July 9, 2024 6:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়াই হৈছে স্বকথিত সংস্কাৰী পাৰ্টি বিজেপিৰ সংস্কাৰৰ নমুনা। স্বঘোষিত সংস্কাৰী পাৰ্টি বিজেপিয়ে স্বকথিত সংস্কাৰী সমৰ্থকৰ মাজত বিতৰণ কৰিলে বিনামূলীয়াকৈ সুৰা। বিজেপি সাংসদে বিজয় উৎসৱত সমৰ্থক বিতৰণ কৰিলে হোৰাহোৰে সুৰা।

দেশত তৃতীয়বাৰলৈ শাসনত বহা ভাৰতীয় জনতা পাৰ্টিটোৰ মহিমা অপাৰ। হিন্দুত্ববাদৰ ৰাজনীতি কৰা এই দলটোৱে নিজকে কয় অতি সংস্কাৰী দল বুলি। দলটোৰ নেতাকৰ্মীয়ে মুখেৰে দলটোৱে সংস্কাৰী বুলিয়ে দাবী কৰে। কিন্তু দলটোৰ স্বভাৱটো ওলোটাহে, মানে মুখত কয় এটা, আৰু পেটত থাকে এটা অৰ্থাৎ কৰে আন কিবা কিবা। এই শাসকীয় দলটোৰ এটা ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমত লগাইছে তোলপাৰ।

Apply Now

প্ৰকাশিত খবৰ মতে বিজেপিৰ এজন সাংসদে অতি ধুমধামেৰে বিজয় উৎসৱ উদযাপন কৰিলে। সেই বিজয় উৎসৱত বিজেপি সাংসদজনৰ সমৰ্থকসকলো উপস্থতি আছিল। সেই বিজয় উৎসৱতে সাংদজনে সমৰ্থকক বিলালে বটলে বটলে সুৰা। 

চ’চিয়েল মিডিয়াত প্ৰচাৰিত ঘটনাৰ এটা ভিডিঅ’ দেখা গৈছে যে বহু লোকে শাৰী পাতি থিয় হৈ  আছে আৰু তেওঁলোকলৈ সুৰাৰ বটল এটা আগবঢ়াই দিয়া হৈছে। কিন্তু আশ্বৰ্যকৰ কথাটো হ’ল সেই সুৰা বিতৰণ অনুষ্ঠানত উপস্থিত আছিল আৰক্ষী।

জানিব পৰা মতে, ঘটনাৰ পূৰ্বে বিজেপিৰ সাংসদ কে সুধাকৰে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰি আৰক্ষী মোতায়েন কৰিবলৈ কয়। তেওঁ আৰক্ষীক সভাস্থলীত মদ আৰু খাদ্যৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছিল।

সূত্ৰ অনুসৰি বিজেপি সাংসদ কে সুধাকৰে বিজয় উদযাপনৰ বাবে আয়োজন কৰা এই অনুষ্ঠানত তেওঁৰ বিজয় উপলক্ষে ৰাজহুৱাভাৱে সুৰা বিতৰণ কৰা হয়। স্থানীয় ৰাইজৰ মতে, অনুষ্ঠানৰ বাবে ট্ৰাকত সুৰা আনি আৰক্ষীৰ উপস্থিতিত বিতৰণ কৰা হয়।

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত কৰ্ণাটকৰ চিকাবল্লভপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী কে সুধাকাৰে জয়লাভ কৰিছে। সেই কেন্দ্ৰতে তেওঁ কংগ্ৰেছ প্ৰাৰ্থী এম এছ ৰক্ষা ৰমাইয়াক ১ লাখ ৬০ হাজাৰ ভোটত পৰাস্ত কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পিছত কংগ্ৰেছে বিজেপিক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। এই ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয় যে এয়াই বিজেপিৰ সংস্কৃতি। ঘটনাটো পোহৰলৈ অহাৰ পাছতে এতিয়া দেশৰ ৰাজনীতিত তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd