• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধুৰ ঘনিষ্ঠতা বাঢ়ি আহিল প্ৰেমিকাৰ লগত : বীয়েৰ খাবলৈ মাতি নি বন্ধুক হত্যা কৰিলে ১৫ বছৰীয়া কিশোৰে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 13, 2024 11:00 am
303
VIEWS
Share on FacebookShare on Twitter

নিজৰ প্ৰেমিকাৰ লগত ঘনিষ্ঠতা বাঢ়ি আহিছিল বন্ধুৰ। কিছুদিনৰ ধৰি নিজৰ বন্ধুৰ সৈতে কথা-বতৰা বাঢ়ি আহিছিল নিজৰ প্ৰেমিকাৰ। এই কথা সহজভাবে মানি ল’ব পৰা নাছিল ১৫ বছৰীয়া কিশোৰ প্ৰেমিকে।

এই খঙৰ ভমকতে নিজৰ বন্ধুক হত্যা কৰিলে ১৫ বছৰীয়া কিশোৰটিয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী প্ৰেমিকক।

গুৰুগ্ৰামৰ ৪০ নং ছেক্টৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে ডেৰ বছৰ পূৰ্বে প্ৰেমিকৰ সম্পৰ্কলৈ আহিছিল ঘাতক প্ৰেমিক আৰু তেওঁৰ প্ৰেমিকা। দুয়োৰে মাজত সকলো ঠিকেই চলি আছিল। কিন্তু কিছুদিনৰ পৰা তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটিল তেওঁলোকৰ সম্পৰ্কত। প্ৰেমিকৰ বন্ধুৱেই হৈ পৰিল সম্পৰ্কৰ মাজৰ কাঁইট। এই কথা সহ্য কৰিব নোৱাৰিলে প্ৰেমিকে।

পোতক লোৱাৰ চলেৰে বন্ধুক বীয়েৰ খাবলৈ মাতি আনিলে প্ৰেমিক কিশোৰে। ইয়াৰ পিছত সুযোগ লৈ তেওঁ বন্ধুক চোকা দাৰে ডিঙি কাটি হত্যা কৰে। ইয়াৰ পিছত তাৰ পৰা পলায়ন কৰে হত্যাকাৰী প্ৰেমিকে। পথত পৰি থকা কিশোৰজনৰ ৰক্তাক্ত মৃতদেহ দেখি অঞ্চলটোৰ এজন নিৰাপত্তাৰক্ষীয়ে আৰক্ষীক খবৰ দিয়ে।

এই ঘটনা সন্দৰ্ভত এচিপি বৰুণ দহিয়াই কয়, “মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তদন্ত আৰম্ভ হৈছিল। অভিযুক্তক বিচাৰিবলৈ বিশেষ দল গঠন কৰা হয়। অভিযুক্ত নাবালকজনক কেইঘণ্টামানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ মতে, অভিযুক্তৰ বিৰুদ্ধে নাবালক আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd