• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মোডী-পুটিনৰ বৈঠকত ক্ষুব্ধ আমেৰিকা! পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতৰ ‘ছুপাৰ স্পাই’

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 13, 2024 1:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰুছ-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়া ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে মোদীয়ে। দুয়োজন নেতাকেই দেখা গ’ল খুব আন্তৰিকভাবে কথা পতা।

কিন্তু মোডী-পুটিন বন্ধুত্বক ভালকৈ গ্ৰহণ কৰা নাই আমেৰিকাই।  মোডীৰ এই ভ্ৰমণক লৈ অতিশয় ক্ষুব্ধ ৱাশ্বিংটন। আমেৰিকাৰৰ লগত সম্পৰ্কৰ অৱনতি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিশেষজ্ঞ সকলে। এই পৰিস্থিতিত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানৰ সৈতে আলোচনা কৰে।

Apply Now

ইউক্ৰেইন যুদ্ধক লৈ সংঘাতত লিপ্ত হৈছে আমেৰিকা আৰু ৰাছিয়া। এই যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ৱাশ্বিংটনে কিয়েভক অত্যাধুনিক অস্ত্ৰৰে সহায় কৰি আহিছে। সেই লৈ ক্ষুব্ধ হৈ পৰিছে ৰঙা মস্কো। ইফালে পুটিনেও আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বক পাৰমাণৱিক যুদ্ধৰ বিষয়ে বাৰে বাৰে সকীয়াই দিছে।

যোৱা সোমবাৰে মোডীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল। যাৰ বাবে খং উঠিছে আমেৰিকাৰ। ফলত এই ভ্ৰমণৰ ভিত্তিত আগন্তুক দিনত দিল্লী-ৱাশ্বিংটন সম্পৰ্কৰ দিশ সম্পৰ্কে কূটনৈতিক মহলত বিভিন্ন জল্পনা-কল্পনা চলি আছে। ভাৰতৰ ‘ছুপাৰ স্পাই’ ড’ভালে কালি অৰ্থাৎ শুকুৰবাৰে চুলিভানক ফোন কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ত দুয়োখন দেশৰ মাজত আলোচনা কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে, ‘ভাৰত আৰু আমেৰিকাৰ মাজত কৌশলগত সহযোগিতা আছে। যিটো বৰ শক্তিশালী। বিশ্বত শান্তি, স্থিতিশীলতা আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰিবলৈ এই দুয়োখন দেশৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ।

ইফালে মোদীয়ে পুনৰবাৰ পুটিনৰ সৈতে আলোচনাত ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি কয় যে দুয়োখন দেশে আলোচনা আৰু কূটনৈতিক বৈঠকৰ জৰিয়তে শান্তিৰ পথ বিচাৰি উলিয়াব লাগে।

বিশ্লেষকসকলৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ বাবে আমেৰিকা আৰু ভাৰতৰ মাজত সৃষ্টি হোৱা চিন্তনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অজিত ডোভালে এই অনুষ্ঠানলৈ আহিছিল। তেওঁ হয়তো জেক চুলিভানৰ সৈতে হোৱা আলোচনাত ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছিল।

মস্কোৰ সৈতে দিল্লীৰ দৃঢ় বন্ধুত্বৰ বিষয়ে আমেৰিকা অজ্ঞাত নহয়। গতিকে তেওঁলোকে বিচাৰিছিল যে মোদীয়ে পুটিনৰ সৈতে কথা পাতি এই ৰক্তাক্ত সংঘাত বন্ধ কৰাৰ উপায় বিচাৰি উলিয়াওক। ফলত আমেৰিকাই জানিব বিচাৰিছিল যে ৰাছিয়াৰ মাটিৰ পৰা ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে মোদীয়ে কি বাৰ্তা দিলে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd