• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সাপে দংশন কৰিলে কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 23, 2024 9:00 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰিষাৰ সময়ত গ্ৰাম্য অঞ্চলৰ বিভিন্ন ঠাইত সাপৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। সাপৰ দংশনত প্ৰতি বছৰে ভাৰতত বহু লোকৰ মৃত্যু হয়।

আচলতে বিষাক্ত সাপে দংশন কৰাৰ পিছত সজাগতা আৰু অন্ধবিশ্বাসৰ বাবে সাধাৰণ মানুহে এনে কিছুমান ভুল কৰি পেলায় যাৰ ফলত জীৱন ৰক্ষা কৰাতো কঠিন হৈ পৰে।

Apply Now

সাপে দংশন কৰিলে কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে –

সাপে দংশন কৰাৰ পিছত কিছুমান মৌলিক সাৱধানতা অৱলম্বন কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ যাব লাগে। তেতিয়াহে জীৱন ৰক্ষা কৰিব পৰা যাব।

সাপে কামোৰাৰ পিছত আতংকিত হ’ব নালাগে।  কিয়নো সকলো সাপ বিষাক্ত নহয়।

সাপে কামোৰাৰ পিছত সাপটো ধৰিবলৈ গৈ কেতিয়াও সময় নষ্ট নকৰিব। তাৰ সলনি ততাতৈয়াকৈ হাস্পাতাললৈ যাওক।

সাপে কামোৰাৰ পিছত কামোৰা অংগটো লৰচৰ নকৰিব। অংগটো স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰক।

সাপে দংশন কৰা অংগখিনি কাপোৰ বা বেণ্ডেজেৰে মেৰিয়াই লওক। কিন্তু বেছি জোৰেৰে বান্ধিব নালাগে।

সাপে দৰ্শন কৰিলে কোনো ধৰণৰ মলম লগাব নালাগে। বৰফ বা ডেটলৰ দৰে বস্তু প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই।

বিষাক্ত সাপৰ দংশনৰ পিছত একমাত্ৰ চিকিৎসা হাস্পাতালতহে সম্ভৱ হ’ব। গতিকে অন্ধবিশ্বাসত বুৰ গৈ বেজ-বেজালিৰ কাষ নাচাপিব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd