• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

একঘেয়ামী হৈ পৰিছে নেকি প্ৰেমৰ সম্পৰ্ক! তেন্তে এই কেইটা কামেৰে নতুনত্ব আনক সম্পৰ্কলৈ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 2, 2024 8:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমুৱাইছে নেকি প্ৰেমৰ সম্পৰ্কই? সংগীৰ লগত বহুদিন একেলগে থাকি বিৰিক্তি অনুভৱ কৰিছে নেকি? অৱশ্যেই এয়া স্বাভাৱিক।

একেখন চালিৰ তলত একেলগে থাকিলে দুজন ব্যক্তিৰ মাজত সৰু-ডাঙৰ কাজিয়া, মতানক্য হোৱাতো স্বাভাৱিক কথা। সেই বুলিয়েইতো সম্পৰ্কটো বেয়ালৈ যাবলৈ দিব নোৱাৰি। অথবা শেষ কৰি পেলাব নোৱাৰি।

Apply Now

বৰঞ্চ কাজিয়াৰ পিছত প্ৰেমৰ সম্পৰ্কটো পূৰ্বতকৈ অধিকহে গাঢ় কৰিব লাগে। যদি সম্পৰ্কটো সুস্থ আৰু স্বাভাৱিকভাৱে বজাই ৰাখিব বিচাৰে তেন্তে ইয়াৰ বাবে দুয়োপক্ষৰ সমান প্ৰচেষ্টাৰ প্ৰয়োজন।

দুয়োপক্ষৰ মৰম, বুজাপৰা, ধেমালি আদিৰে সম্পৰ্ক এটাক জীয়ন দি ৰাখিব পৰা যায়। অৱশ্যে আজিকালি সকলো সম্পৰ্কতে এটা ডাঙৰ সমস্যা। সেয়া হ’ল সময়ৰ অভাৱ।

আজিকালি সকলো মানুহ ব্যস্ত। গোটেই দিনটো অফিচত কাম কৰি অহাৰ পিছত ঘৰুৱা কথাবোৰত মন নবহে। অফিচৰ পৰা ঘৰলৈ অহাৰ পিছতো অফিচৰ কাম আৰু চিন্তাই লগ এৰা নিদিয়ে। এই কথাই সম্পৰ্কত কুপ্ৰভাৱ পেলাব পাৰে।

আপোনাৰ সম্পৰ্কটো শক্তিশালী কৰিবলৈ কিছুমান সহজ টিপছ মানি চলক। দেখিব আপোনাৰ পুৰণি সম্পৰ্কটোলৈ নতুনত্ব নামি আহিব।

১. ব্যায়াম কৰাটো ইজনে সিজনৰ লগত সময় কটাবলৈ এটা ভাল উপায় হ’ব পাৰে। নিজকে ফিট কৰি ৰাখিবলৈ দিনটোত ৩০ মিনিট সময় শাৰীৰিক ব্যায়াম কৰিব লাগে। একেলগে ব্যায়াম কৰিলে দুয়োৰে স্বাস্থ্যৰ লগতে সম্পৰ্কৰ স্বাস্থ্যও ভাল হ’ব।

২. দিনটোৰ এটা সময় নিৰ্ধাৰণ কৰক আপোনাৰ সংগীৰ বাবে। নিয়মিতভাৱে একেলগে আহাৰ গ্ৰহণ কৰক। ই প্ৰেম বৃদ্ধি কৰে। সেই সময়ত বাকী সকলো চিন্তা পাহৰি যাওক। দুয়ো কথা পাতক। ব্যস্ত দিনটোৰ মাজত এসাজ একেলগে হাঁহি ধেমালিৰে খাওঁক।

৩. একেলগে থাকিলে মতানৈক্য আৰু কাজিয়া হ’ব পাৰে। সেয়ে খঙক আশ্ৰয় নিদিব। খঙে নিজৰ মাজত তিক্ততা বৃদ্ধি কৰে।

৪. সকলোৱে নিজৰ প্ৰশংসা শুনি ভাল পায়। গতিকে, আপোনাৰ সংগীৰ সৰু সৰু কামবোৰৰ শলাগ লওক। প্ৰেম আৰু তীব্ৰ হ’ব।

মনত ৰাখিব যে বিবাহিত হওক বা লিভ ইনত হওক, প্ৰেমৰ সম্পৰ্কত স্পৰ্শও অতি গুৰুত্বপূৰ্ণ। গতিকে নিয়মীয়াকৈ শাৰীৰিক সম্পৰ্ক বৰ্তাই ৰাখিবলৈ চেষ্টা কৰক। সদায় নিশা সংগীক মৰমৰ চুমা এটা দিবলৈ নাপাহৰিব। আপোনাৰ সংগীৰ হাতখন ধৰিব, সাৱটি ধৰিব। সংগীয়ে ভাল পাব, সম্পৰ্কৰ ৰসায়ন আৰু মজবুত হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd