• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“তেওঁ মোক ৩০ বছৰ ধৰি ধৰ্ষণ কৰি আহিছে” : ৭৩ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ; আদালতত ওলাল উৰহীৰ ওৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 2, 2024 9:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মহিলাই দাবী কৰিছিল যে এজন ব্যক্তিয়ে তেওঁক ৩০ বছৰ ধৰি ধৰ্ষণ কৰিছে। ধৰ্ষণৰ অভিযুক্তৰ বয়স বৰ্তমানৰ ৩০ বছৰ। এই বিষয়ত মহিলাগৰাকীয়ে বম্বে উচ্চ ন্যায়ালয়তো গোচৰ ৰুজু কৰে।

কিন্তু এতিয়া এই গোচৰ খাৰিজ কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে মহিলাগৰাকীয়ে কৰা দাবী সঁচা নহয়। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল।

Apply Now

১৯৮৭ চনৰ পৰা ২০১৭ চনলৈ মহিলাগৰাকীক ধৰ্ষণ কৰা হৈছিল বুলি ব্যক্তিগৰাকীৰ বিৰুদ্ধে ২০১৮ চনত গোচৰ ৰুজু কৰিছিল মহিলাগৰাকীয়ে।

মহিলাগৰাকীয়ে কয় যে ১৯৮৭ চনত তেওঁ সেই ব্যক্তিজনৰ কোম্পানীত যোগদান কৰিছিল। সেই সময়ৰ পৰাই অভিযুক্তই তেওঁক যৌন নিৰ্যাতন চলাইছিল। ইয়াৰ পিছত ৩০ বছৰ ধৰি তেওঁক বিভিন্ন হোটেল আৰু কটেজলৈ নি ধৰ্ষণ কৰা বুলি মহিলাগৰাকীয়ে দাবী কৰিছিল।

লগতে মহিলাগৰাকীয়ে আৰক্ষীক জনাইছিল যে ব্যক্তিজনে তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

মহিলাগৰাকীৰ মতে, যিহেতু ১৯৯৬ চনত ব্যক্তিজনৰ হাৰ্ট এটেক হৈছিল, সেয়েহে মহিলাগৰাকীয়ে কোম্পানীটোৰ দায়িত্ব লয় আৰু লগতে তেওঁৰ যত্ন লয়। ২০১৭ চনলৈকে এইদৰেই চলি আছিল। কিন্তু সেই বছৰ নিজৰ মাতৃ কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাত তেওঁ কিছুদিনৰ বাবে ছুটী লৈছিল।

অভিযোগকাৰীৰ মতে, ছুটীৰ পিছত তেওঁ অফিচলৈ গৈ দেখিলে যে সকলো বন্ধ হৈ আছে। আনকি অভিযুক্তৰ ঘৰলৈ গৈয়ো লগ নাপালে অভিযুক্তক।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে থানাত ব্যক্তিজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

সমগ্ৰ ঘটনাটোত আদালতে পৰ্যবেক্ষণ যে ইমান বছৰে দুয়োৰে মাজত যি শাৰীৰিক সম্পৰ্ক গঢ় লৈ উঠিছে সেয়া দুয়োৰে ইচ্ছাৰ বাবেই। ই কোনো কাৰণতে ধৰ্ষণ হ’ব নোৱাৰে।

আদালতে এই প্ৰশ্নও উত্থাপন কৰে, যদি ২০১৭ চনলৈকে এনেকুৱা হৈছিল তেন্তে এই আটাইবোৰ বছৰত তেওঁ কিয় কোনো অভিযোগ নকৰিলে? চাকৰি এৰি ২০১৮ চনত কিয় অভিযোগ কৰিছিল? ন্যায়াধীশগৰাকীয়ে অনুভৱ কৰে যে ৩১ বছৰৰ পাছত এনে অভিযোগ কৰি লাভ নাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd