• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভগৱান ৰামৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই  : ডি এম কে নেতাৰ মন্তব্যত জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী শিবিৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 3, 2024 8:40 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

এই পৃথিৱীত ৰামৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই – এই মন্তব্য দক্ষিণ ভাৰতৰ ডি এম কেৰ নেতা তথা তামিলনাডুৰ মন্ত্ৰী এছ এছ শিৱশংকৰৰ।

তামিলনাডুৰ মন্ত্ৰী এছ এছ শিৱশংকৰে কয় যে ভগৱান শ্ৰীৰামচন্দ্ৰৰ অস্তিত্বৰ কোনো ঐতিহাসিক প্ৰমাণ নাই।

তামিলনাদুৰ আৰিয়ালুৰ নামৰ ঠাইত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এই বিতিৰ্কিত মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী সংগঠন সমূহ।

তামিলনাডুৰ বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামলাই ৰাম বিকৃত ৰূপত উত্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰে।

আন্নামলাই সামাজিক মাধ্যমত লিখিছে, কিছুদিন পূৰ্বে তেওঁলোকৰ আইন মন্ত্ৰী টি ৰঘুপতিয়ে কৈছিল, ভগৱান শ্ৰীৰাম সামাজিক ন্যায়ৰ এক আইকন। ধৰ্মনিৰপেক্ষতাৰ উৎস। আৰু ৰামে প্ৰথমে সকলোৰে বাবে সমতাৰ মনোভাৱ নিৰ্ধাৰণ কৰিছিল। আৰু তেওঁৰ কথাৰ কেইদিনমানৰ ভিতৰতে আন এজন মন্ত্ৰীয়ে কয় যে ৰামৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই। ৰামৰ কাহিনী আচলতে চোল সাম্ৰাজ্যৰ গৌৰৱময় ইতিহাস মচি পেলোৱাৰ এক চক্ৰান্ত। দৰাচলতে ৰামচন্দ্ৰৰ প্ৰতি দলৰ প্ৰকৃত দৃষ্টিভংগী কি হ’ব লাগে সেইটো সিদ্ধান্ত তেওঁলোকে ল’ব পৰা নাই।

লগতে লিখিছে, এতিয়া দুয়োজন মন্ত্ৰীয়ে একেলগে বহি আলোচনা কৰক যে ৰামচন্দ্ৰ আচলতে আছিল নে নাই?

প্ৰসংগক্ৰমে প্ৰায় এবছৰৰ পূৰ্বে তামিল ক্ৰীড়া মন্ত্ৰী তথা মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি ষ্টেলিনে সনাতন ধৰ্ম মচি পেলোৱাৰ আহ্বান জনাইছিল। দীৰ্ঘদিন ধৰি এই বিষয়ে তীব্ৰ বিতৰ্ক চলিছিল। বিষয়টো গৈ পাইছিলগৈ আদালতৰ মজিয়া।  তেওঁ সনাতন ধৰ্মক ডেংগু, মেলেৰিয়াৰ দৰে সংক্ৰামক ৰোগ বুলি অভিহিত কৰিছিল।

এইবাৰ আকৌ তামিল মন্ত্ৰীগৰাকীয়ে ৰাম সন্দৰ্ভত কৰা মন্তব্যই ধৰ্মৰ লগতে ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd