• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াৰ মঞ্চৰ পৰা সমাজসেৱালৈ : ৰাণীত মহিলা আৰু শিশুৰ চিকিৎসা আৰু স্বাস্থ্য শিবিৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
May 21, 2018 8:59 pm
An elderly lady at the camp

'নট জাষ্ট ফুড'ৰ উদ্যোগত অনুষ্ঠিত চিকিৎসা আৰু স্বাস্থ্য শিবিৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্যৰ ওপৰত গঢ়ি উঠা এই গোটটোৰ কৰ্মৰ ক্ষেত্ৰখনো ক্ৰমে বিস্তৃতি লাভ কৰি গৈ গোটটোৰ সদস্যসকলৰ ভিতৰৰ অন্তৰ্নিহিত গুণসমূহো প্ৰকাশ্যমান হৈ থাকিল। ‘নট জাষ্ট ফুড’ নামৰ খাদ্য ৰসিকৰ গোট এটাৰ পৰা সুদীৰ্ঘ যাত্ৰা আৰম্ভ কৰি কেইগৰাকীমান মহিলাৰ পৃষ্ঠপোষকতাত গঢ় হৈ উঠা এই গোটটোৱে এসময়ত সদস্যৰ সংখ্যা ১৫,০০০ অতিক্ৰম কৰিলে। গোটটোৱে এতিয়া বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ সৈতে তেওঁলোকৰ সময় উৎসৰ্গা কৰা আৰু ৰাজ্যখনৰ বানাক্ৰান্ত লোকসকলৰ বাবে সাহাৰ্য সামগ্ৰী সংগ্ৰহ কৰাৰ উপৰিও মে’ মাহৰ ২০ তাৰিখ দেওবাৰে গুৱাহাটী মহানগৰৰ উপকণ্ঠত অৱস্থিত ৰাণী হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে এটা চিকিৎসা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

মঙলদৈত লাভ কৰা তথ্য অনুসৰি, গুৱাহাটী গীতানগৰৰ কেজজিএমটি হস্পিটালৰ চিকিৎসক ডা০ নিবেদিতা গোস্বামীৰ উদ্যোগত  ডা০ প্ৰদীপ শইকীয়া, ডা০ বালানুজ মজুমদাৰ, ডা০ মনালী ঠাকুৰ, ড০ জিণ্টি ৰেখা দাসৰ এটা অভিজ্ঞ চিকিৎসকৰ দলে প্ৰায় ১৫০ গৰাকী গাৱলীয়া মহিলা আৰু শিশুৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁলোকক স্বাস্থ্য সম্বন্ধীয় পৰামৰ্শ প্ৰদান কৰে।  চিকিৎসকসকলে গাঁৱলীয়া মহিলাসকলক ছেনিটাৰী নেপকিন ব্যৱহাৰ কৰাৰ বাবে উপদেশ প্ৰদান কৰে। এই স্বাস্থ্য শিবিৰত সকলো ৰোগীকেই প্ৰয়োজনীয় ঔষধ আৰু ছেনিটাৰী নেপকিন বিনামূলীয়াকৈ দিয়া হৈছিল।

Apply Now

চিকিৎসা আৰু স্বাস্থ্য শিবিৰৰ উদ্যোক্তা ‘নট জাষ্ট ফুড’ৰ অমৃতা শৰ্মাই প্ৰথমগৰাকী মহিলা ৰোগীক এজোৰ মেখেলা-চাদৰ প্ৰদান কৰে। আয়োজকসকলে ৰোগীসকলক বিনামূলীয়া পানী আৰু পুষ্টিদায়ক খাদ্য পৰিপূৰক বিনামূলীয়াকৈ যোগান ধৰে।

ইয়াৰ পূৰ্বে সবাস্থ্য শিবিৰত উপস্থিত থকা চিকিৎসক আৰু ‘নট জাষ্ট ফুড’ৰ সদস্যসকলে বিদ্যলয়খৰ চৌহদত গছপুলি ৰোৱাৰ এক কাৰ্যসূচী পালন কৰে। ‘নট জাষ্ট ফুড’ৰ সভাপতি প্ৰিয়াক্ষী দাস আৰু সম্পাদিকা অনুৰাধা কলিতাই সাংবাদিকৰ আগত কয় যে তেওঁলোকে সমাজৰ প্ৰতি থকা দায়িত্ব সদায়েই পালন কৰি যাব। ‘নট জাষ্ট ফুড’ৰ সদস্যা ফাৰিদা আহমেদ, ৰুমিনা ৱাহিদ, উৰ্মি ভৰালী, লুকি তালুকদাৰ শইকীয়া, মনালিছা পাটোৱাৰী, প্ৰিয়ংকা শৰ্মা, শুভলক্ষ্মী কাকতী, স্নিগ্ধাজ্যোতি চৌধুৰী বৰ্মন, পুষ্পিতা হাজৰিকা ডেকা আৰু আটাইতকৈ বয়োজ্যেষ্ঠ সদস্যা আছনা দৌলাহে শিবিৰটো সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd