• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাখী বন্ধন : কিয় আৰু কেতিয়াৰ পৰা পালন কৰে জানেনে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 19, 2024 5:08 pm
313
VIEWS
Share on FacebookShare on Twitter

আজি পবিত্ৰ ৰাখী বন্ধন। দেশজুৰি উদযাপিত হৈছে এই উৎসৱ। ৰাখী বন্ধন দেশৰ এক অন্যতম প্ৰধান উৎসৱ। ভাৰতত বহু দশক ধৰি পৰম্পৰাগতভাবে পালন কৰি অহা হৈছে ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ পবিত্ৰ সম্পৰ্ক আৰু নিভাঁজ মৰমক সন্মান জনাই এই উৎসৱ পালন কৰা হয়।

এই দিৱস উদযাপন কেৱল ভাই-ভনীৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ সামগ্ৰিকভাৱে পৰিয়াল তথা আত্মীয়-স্বজনলৈকে বিস্তৃত। শাওন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয় এই উৎসৱ পালন কৰা হয়। সেয়ে শাওন মাহৰ পূৰ্ণিমাৰ দিনটোক ৰাখী পূৰ্ণিমা বুলি অভিহিত কৰা হয়।

ৰাখী বন্ধন, হিন্দীত ‘ৰক্ষা বন্ধন‘ৰ আক্ষৰিক অনুবাদ হৈছে ‘ৰক্ষাৰ বান্ধোন‘। পৰম্পৰাগতভাৱে ভগ্নীয়ে ভাতৃৰ হাতত ৰাখী বান্ধি দিয়ে আৰু বিনিময়ত ভাতৃয়ে ভগ্নীক  ৰক্ষা কৰাৰ প্ৰতিজ্ঞা কৰে। 

পূৰ্বে ভাই-ভনীৰ মাজৰ বন্ধনক সন্মান জনাই উদযাপন কৰা এই উৎসৱটো এতিয়া লিংগ আৰু বৰ্ণ নিৰ্বিশেষে ব্যাপকভাৱে উদযাপন কৰা দেখা যায়। প্ৰেম, সন্মান আৰু সুৰক্ষাৰ বিশুদ্ধ প্ৰতীক হিচাপে এই দিৱস সকলোৱে পালন কৰে। ইয়াৰ উদ্দেশ্য হৈছে বিশ্ব ঐক্যৰ ভাৰতীয় মূল্যবোধ।

ভাৰতীয় ইতিহাসতো এই উৎসৱৰ তাৎপৰ্য আছে। যুদ্ধৰ আগতে যোদ্ধাসকলৰ সুৰক্ষাৰ বাবে সুৰক্ষামূলক সূতা বান্ধি দিয়া হৈছিল। হিন্দু পৌৰাণিক কাহিনীত এনেকুৱা কাহিনী আহিছে যিয়ে ভাই-ভনীৰ মাজত বন্ধনৰ গুৰুত্ব দেখুৱাই সুৰক্ষা, প্ৰেম, আৰু সন্মানক সুৰক্ষা বন্ধনৰ ধাৰণা হিচাপে উজ্জ্বল কৰি তুলিছে। 

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd