• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুমতি নথকা কৰ্মীয়ে উৰুৱালে বিমান : এয়াৰ ইণ্ডিয়াক বিহা হ’ল ৯৮ লাখ টকাৰ জৰিমণা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 24, 2024 12:58 pm
586
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে টাটাৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াৰ ওপৰত ৯৮ লাখ টকাৰ জৰিমনা আৰোপ কৰে।

অভিযোগ অনুসৰি, যোৱা ৯ জুলাইত বিমানখনে মুম্বাইৰ পৰা ৰিয়াদলৈ গৈছিল। এজন নন-ট্ৰেইনাৰ কেপ্তেইন আৰু তেওঁৰ সহকাৰী প্ৰথম বিষয়াৰ সৈতে এই বিমানখন উৰুৱাইছিল। কিন্তু তেওঁলোক এজনৰো উৰণৰ অনুমতি নাছিল।

এই ঘটনা পোহৰলৈ আহাৰ লগে লগে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে তদন্তৰ আৰম্ভ কৰে। তদন্তত ঘটনাটো সত্য বুলি প্ৰমাণিত হোৱাত এয়াৰ ইণ্ডিয়াক ৯৮ লাখ টকাৰ জৰিমনা বিহা হৈছে।

ইয়াৰ উপৰিও অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াৰ পৰিচালনা সঞ্চালকক ৬ লাখ আৰু প্ৰশিক্ষণ সঞ্চালকক ৩ লাখ টকাৰ জৰিমনা বিহে।

মন কৰিবলগীয়া যে পাইলটৰ জিৰণিৰ সময়সূচী উলংঘা কৰাৰ বাবে যোৱা বছৰৰ মাৰ্চ মাহত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াক ৮০ লাখ টকাৰ জৰিমনা বিহিছিল।

Recent News

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd