• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পোলেণ্ডৰ পৰা ওভতাৰ পথত পাকিস্তানৰ আকাশত মোদীৰ বিমান! ক্ষোভ উজাৰিলে ইছলামবাদে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 26, 2024 7:49 am
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

413
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাৰিটা দশকৰ অন্তত শেহতীয়াকৈ পোলেণ্ড ভ্ৰমণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। শান্তিৰ বাৰ্তা দিবলৈ যুদ্ধবিধ্বস্ত ইউক্ৰেইনলৈও গৈছিল মোদী। মোদীৰ বিমানখনে উভতি অহাৰ পথত পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা বুলি খবৰ প্ৰকাশ পাইছে। এই ঘটনাত ইছলামবাদে ক্ষোভ প্ৰকাশ কৰে।

পাকিস্তানে অভিযোগ কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গ ব্যৱহাৰ কৰিও নিয়ম অনুসৰি ‘সদিচ্ছাৰ বাৰ্তা’ (গুড উইল মেচেজ) প্ৰেৰণ কৰা নাই।

সমগ্ৰ বিষয়টোক লৈ পাকিস্তানী সংবাদ মাধ্যমত সৰৱ চৰ্চা হৈছে। পাকিস্তানৰ বিমান পৰিবহণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি মোদীৰ বিমানখন ভাৰতলৈ উভতি অহাৰ পথত পাকিস্তানৰ আকাশত মুঠ ৪৬ মিনিট সময় উৰা মাৰিছিল। পুৱা ১০:১৫ বজাৰ পৰা নিশা ১১:০০ বজালৈ মোডীৰ বিমানে পাকিস্তানৰ চিত্ৰাল, ইছলামবাদ আৰু লাহোৰৰ ওপৰেৰে উৰা মাৰি ভাৰতৰ অমৃতসৰৰ আকাশত প্ৰৱেশ কৰে।

ইছলামবাদে অভিযোগ কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল যদিও নিয়ম অনুসৰি ‘গুড উইল’ বাৰ্তা প্ৰেৰণ কৰা নাই। পাকিস্তান চৰকাৰে বিষয়টো ভালদৰে লোৱা নাই।

উল্লেখ্য যে বালাকোট বিমান আক্ৰমণৰ পিছত অৰ্থাৎ ২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানে ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। কিন্তু দুবছৰৰ পাছত পাকিস্তানে ভাৰতীয় বাণিজ্যিক বিমানৰ বাবে আকাশমাৰ্গ মুকলি কৰি দিয়ে। তেতিয়াৰ পৰাই ভাৰতীয় বাণিজ্যিক বিমান সংস্থাসমূহে আমেৰিকালৈ পোনপটীয়া বিমান সেৱাৰ বাবে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰি আহিছে। কিন্তু সম্পৰ্কত যি তিক্ততা ভৰি আছে সেয়া শেহতীয়া ঘটনাত পুনৰ উমান পোৱা গৈছে। 

Recent News

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd