• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একেই স্বাদ, একেই গুণ : বজাৰলৈ আহি আছে কাৰ্বন ডাই অক্সাইডৰ পৰা তৈয়াৰী মাখন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 1, 2024 8:39 pm
480
VIEWS
Share on FacebookShare on Twitter

গৰু-ম’হৰ পৰা নহয়, কাৰ্বন ডাই অক্সাইডৰ পৰা তৈয়াৰ কৰা মাখন উপলব্ধি হ’ব বজাৰত।

চেভ নামৰ এটা কোম্পানীয়ে কাৰ্বন ডাই অক্সাইডৰ পৰা তৈয়াৰ কৰিছে এনে মাখন। বতাহত থকা পৰমাণু ব্যৱহাৰ কৰি বিকল্প দুগ্ধজাত সামগ্ৰী তৈয়াৰ কৰাৰ চেষ্টা চলাইছে কোম্পানীটোৱে। ইতিমধ্যে তেওঁলোকে পশু চৰ্বিমুক্ত মাখন উৎপাদনৰ কথা ঘোষণা কৰিছে।

চেভৰে বিশেষ তাপ ৰাসায়নিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পশুৰ চৰ্বিমুক্ত আইচক্ৰীম, পনিৰ আৰু গাখীৰৰ বিকল্প সৃষ্টিৰ কাম কৰি আছে।

এই প্ৰক্ৰিয়াত বায়ুৰ পৰা কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেন পৰমাণুৰ সংমিশ্ৰণেৰে চৰ্বিৰ অণু গঠন হয়।

উল্লেখ্য যে প্ৰকৃত মাখনত প্ৰতি কেলৰিত ২.৪ গ্ৰাম কাৰ্বন ডাই অক্সাইড থাকে যদিও চেভৰৰ মাখনত মাত্ৰ ০.৮ গ্ৰামহে কাৰ্বন ডাই অক্সাইড থাকে।     

চেভৰৰ মুখ্য কাৰ্যবাহী কেথলিন আলেকজেণ্ডাৰে কয় যে আমি এতিয়াও প্ৰি-কমাৰ্চিয়েল পৰ্যায়ত আছো আৰু নিয়ন্ত্ৰণৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছো। ২০২৫ চনৰ আগতে বিক্ৰী হ’ব বুলি আমি আশা কৰা নাই।

বিকল্প দুগ্ধজাত সামগ্ৰী আৰু মাংসৰ চাহিদা শেহতীয়া বছৰবোৰত বৃদ্ধি পাইছে যদিও ইয়াৰ সোৱাদত বহুতেই সন্তুষ্ট নহয়। কিন্তু চেভৰে কয় যে তেওঁলোকৰ মাখনৰ সোৱাদ প্ৰকৃত মাখনৰ দৰে। কিন্তু এতিয়া প্ৰশ্ন হয় যে গ্ৰাহকে মূল গাখীৰ আৰু মাংস ৰাখি এই নতুন বিকল্পৰ ফালে মুখ কৰিবনে?

কোম্পানীটোৰ বিনিয়োগকাৰী হৈছে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছ। বিল গেটছে এটা ব্লগ পোষ্টত কয় যে লেবত নিৰ্মিত চৰ্বি আৰু তেল অস্বাভাৱিক যেন লাগিব পাৰে, কিন্তু ই আমাৰ কাৰ্বন ফুটপ্ৰিণ্ট বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। এই প্ৰযুক্তিয়ে সেউজ গৃহ গেছ উৎপন্ন নকৰে, কৃষিভূমি ব্যৱহাৰ নকৰে আৰু কম পানী ব্যৱহাৰ কৰে। লগতে, ইয়াৰ সোৱাদ ঠিক আচল মাখনৰ দৰেই।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ সেউজ গৃহ গেছৰ ১৪.৫ শতাংশ নিৰ্গমনৰ বাবে দুগ্ধ আৰু মাংস উৎপাদনকে ধৰি পশুপালন দায়ী।

Recent News

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd