• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৃষ্টিশক্তি বচাবলৈ নাকেৰে বাহিৰ কৰা হ’ল টিউমাৰ! সফল অস্ত্ৰোপচাৰেৰে দৃষ্টান্ত গঢ়িলে দিল্লীৰ হাস্পাতালে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 2, 2024 9:07 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চকুৰ দৃষ্টিশক্তি ৰক্ষা কৰিবলৈ নাকেৰে আঁতৰাই দিয়া হ’ল মগজুৰ টিউমাৰ! দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ে এই অস্ত্ৰোপচাৰ কৰি দৃষ্টান্ত গঢ়ি তুলিছে। জটিল অস্ত্ৰোপচাৰৰ অন্তত এতিয়া সুস্থ হৈ উঠিছে ৰোগীজন। দিল্লীৰ নাংলইৰ উজলা ছিগনাছ হাস্পাতালত সম্পন্ন হৈছে এই বিৰল অস্ত্ৰোপচাৰ।

যোৱা জুলাই মাহত ৬২ বছৰীয়া ব্যক্তিজনে চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰাৰ বাবে চিকিৎসকৰ কাষ চাপিছিল। মাত্ৰ দুইমিটাৰ দূৰলৈকেহে তেওঁ দেখা পাইছিল। চিকিৎসাৰ সময়ত তেওঁৰ মগজুত পিটুইটাৰী গ্ৰন্থিৰ ওচৰত টিউমাৰ পোৱা গৈছিল।

হাস্পাতালখনৰ স্নায়ু অস্ত্ৰোপচাৰ বিভাগৰ চিকিৎসক মনিক গাৰ্গে কয় যে চিকিৎসাৰ ক্ষেত্ৰত এই ৰোগক পিটুইটাৰী এডিন’মা বুলি কোৱা হয়। এই টিউমাৰৰ ফলত ৰোগীৰ দৃষ্টিশক্তি ক্ষতিগ্ৰস্ত হৈছিল।

Apply Now

ইয়াৰ পিছত টিউমাৰটো আঁতৰাবলৈ অস্ত্ৰোপচাৰ কৰা হয়। তিনি ঘন্টাৰ জটিল অস্ত্ৰোপচাৰৰ অন্তত নাকেৰে টিউমাৰটো আঁতৰাই দিয়া হয়। এতিয়া ৰোগীজন সুস্থ হৈ উঠিছে।

লগতে পঢ়কঃ দেশত পুনৰ যুৱতীৰ মৃত্যুৰ ঘটনা! এইবাৰ হোষ্টেলৰ মজিয়াৰ পৰা উদ্ধাৰ NIAৰ বিষয়াৰ কন্যাৰ মৃতদেহ

মনিকে কয় যে পিটুইটাৰী এডিন’মাই অপটিক নাৰ্ভত চাপ সৃষ্টি কৰে। ফলত চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰে। ইয়াৰ উপৰিও হৰম’নৰ ভাৰসাম্যহীনতা আৰু মূৰৰ বিষৰ দৰে লক্ষণো দেখা দিয়ে। এনে ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰাটোও বিপদজনক। ৰোগীৰ মস্তিষ্কৰ কৰ্টেক্স সামান্য ক্ষতিগ্ৰস্ত হ’লেও ডাঙৰ জটিলতা আহিব পাৰে। দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাব পাৰে।

সেয়ে দিল্লীৰ হাস্পাতালখনৰ চিকিৎসকৰ দলটোৱে নাসিকা পথেৰে টিউমাৰটো আঁতৰোৱাৰ সিদ্ধান্ত লয় । এই পদ্ধতিক ট্ৰেন্সনেচেল ট্ৰেন্সস্ফেন’ইডাল পদ্ধতি বোলা হয়, য’ত স্ফেন’ইড চাইনাছৰ জৰিয়তে মগজুত প্ৰৱেশ কৰা হয়।

অস্ত্ৰোপচাৰৰ পিছত এতিয়া ৰোগীয়ে ছয় মিটাৰ দূৰত্বলৈকে দেখা পাইছে। চিকিৎসকৰ মতে তেওঁৰ অৱস্থা অতি সোনকালে উন্নত হ’ব। অৱশ্যে জটিল অস্ত্ৰোপচাৰৰ সফলতাত চিকিৎসকসকল সুখী।

লগতে পঢ়কঃ আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত কেইবাজনো চাকৰিপ্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

একেখন হাস্পাতলৰে আন এজন চিকিৎসক পুনীত কান্তে কয় যে মগজুৰ সকলো টিউমাৰৰ প্ৰায় ১০ৰ পৰা ১৫ শতাংশৰ বাবে পিটুইটাৰী এডিন’মা দায়ী। আৰু এই ধৰণৰ টিউমাৰৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত নাসিকা পথেৰে অস্ত্ৰোপচাৰ কৰাটোৱে ভাল। অস্ত্ৰোপচাৰটো যদিও জটিল, তথাপিও ইয়াৰ ফলত ৰোগীৰ অন্য ক্ষতিৰ সম্ভাৱনা কম। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd