• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰৰ যানজঁট লাঘৱৰ বাবে অসমৰ অভিযন্তাৰ দ্বাৰা বিকশিত এপ ‘পাৰ্কিং ৰাইনো’ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 3:05 pm
Parking Rhino
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ দুগৰাকী যুৱ অভিযন্তাই ‘পাৰ্কিং ৰাইনো’ নামেৰে এটা নতুন ‘এপ’ বিকশিত কৰিছে। এই ‘এপ’টোৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাহন পাৰ্কিঙৰ সমস্যাটো লাঘৱ কৰাত সহায় কৰিব।

এই ‘এপ’টোৱে গুৱাহাটীৰ ৰাষ্টাৰ কাষত থকা আৰু ৰাষ্টাৰ পৰা দূৰত থকা দুয়োবিধ পাৰ্কিং স্থানৰ ব্যৱস্থাপনা কৰিব। গুৱাহাটীৰ বাহিৰেও এই ‘এপ’টোৱে যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু তেজপুৰ চহৰকো সামৰি ল’ব আৰু চালকসকলক মুহূৰ্তৰ বাৰ্তা মুহূৰ্তে যোগান ধৰি থকিব।

Apply Now

অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ত্ৰিদীব কোঁৱৰ আৰু মৃগাংক ডেকাই যোৱা বছৰ ‘ধাৰণা গঠন’ কাৰ্যসূচীৰ অন্তৰ্গত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা ‘বীজ পূঁজি’ (অংশদাৰিত্বৰ চৰ্তত লাভ কৰা কৰা বিনিয়োগ) লাভ কৰিছিল আৰু তেওঁলোকে তেওঁলোকৰ কাৰ্যসূচী গুৱাহাটীত আৰম্ভ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান এই ‘এপ’টো ভাৰতৰ ১৫খন আৰু ফিলিপাইনছৰ দুখন মহানগৰত কাৰ্যক্ষম হৈ আছে আৰু ভৱিষ্যতে ইয়াক দক্ষিণ পূব এছিয়াৰ আৰু কেইখনমান দেশত চলোৱাৰ পৰিকল্পনা আছে বুলি জানিব পৰা গৈছে।

‘পাৰ্কিং ৰাইনো’ৱে পৰৱৰ্তী কেইটামান মাহৰ ভিতৰতে গুৱাহাটী-শ্বিলং পথ আৰু জু ৰোডত অৱস্থিত গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ৫০ৰো  অধিক পাৰ্কিং স্থান সামৰি লোৱাৰ সম্ভাৱনা আছে। ফাইনেঞ্চিয়েল এক্সপ্ৰেছৰ দ্বাৰা প্ৰকাশিত এটা বাতৰিত প্ৰকাশ যে বাংগালুৰুত শোচনীয় পাৰ্কিং ব্যৱস্থাৰ পৰা লাভ কৰা অসুবিধাৰ কবলত পৰি ‘এপ’টো বিকশিত কৰাৰ কথা মনলৈ আহিছিল অভিযন্তাদ্বয়ৰ।

অসমৰ নুমলীগড় শোধনাগাৰ লিমিটেডে  নতুন উদ্যোগক উৎসাহিত কৰাৰ বাবে আৰম্ভ কৰা ‘ধাৰণা গঠন’ কাৰ্যসূচীত ‘পাৰ্কিং ৰাইনো’কে ধৰি আন দুটা প্ৰকল্পও বাস্তৱায়িত কৰাৰ বাবে কোম্পানীটোৰ পৰা পুঁজি লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd