• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাতৰ মুঠিতে কলেষ্টেৰল নিয়ন্ত্ৰণৰ চাবিকাঠি! জানি লওক কি খালে নিমিষতে হ্ৰাস পাব সমস্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2024 8:08 am
22.4k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান ঘৰে ঘৰে কলেষ্টেৰল ৰোগী আছে। এই ৰোগ ধৰা পৰিলে গোটেই জীৱন ঔষধ সেৱন কৰিব লাগে। গতিকে সময় থাকোতে সাৱধান হওক।

কলেষ্টেৰলৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? মাত্ৰ সামান্য খৰচ কৰিয়ে এই ভয়াৱহ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। যিসকলে কলেষ্টেৰলৰ সমস্যাত ভুগিছে ​​তেওঁলোকে এই বিষয়ত গুৰুত্ব দিব লাগে।

আয়ুৰ্বেদিক বিশেষজ্ঞসকলৰ মতে এই ৰোগৰ প্ৰধান ঔষধ হৈছে ডালচেনি। এক কেজি ডালচেনিৰ দাম ৫০০ৰ পৰা ৬০০ টকা। মাত্ৰ ১ টকাতে আপুনি এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। কাৰণ খুব কম পৰিমানে ইয়াক খাব লাগে।

জনা যায় যে নিয়মিত ডালচেনি সেৱন কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যাব। উচ্চ কলেষ্টেৰল থকা লোকৰ বাবে ডালচেনি উপকাৰী। এই মছলাটোৱে তেজত জমা হোৱা লেতেৰা কলেষ্টেৰল আঁতৰাই পেলায়।

ডালচেনিত শক্তিশালী এন্টিঅক্সিডেন্ট থাকে। ই ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা শৰীৰক ৰক্ষা কৰে। এই ডালচেনি খালে কলেষ্টেৰল নিয়ন্ত্ৰিত হয়।

ৰাতিপুৱা শুই উঠি খালী পেটত ১ চামুচ ডালচেনি খাওক। কুহুমীয়া গৰম পানীত ডালচেনি মিহলাই লওক। ইয়াক পান কৰক। তাতেই উপকাৰ পাব।

কলেষ্টেৰল কমোৱাৰ বাবে ডালচেনিৰ কোনো বিকল্প নাই। ই আপোনাৰ শৰীৰটো সোনকালে সুস্থ কৰি তোলে। ই লাভজনক হ’ব।

ডালচেনি গাখীৰ বা চাহ অথবা কফিৰ লগত মিহলাই খাব পাৰে। নাইবা পানীত ১ চামুচ ডালচেনি দি পান কৰিলেও সুফল পাব।

গতিকে, যদি আপুনি কলেষ্টেৰলৰ সমস্যা দূৰ কৰি সুস্থ হৈ থাকিব বিচাৰে আৰু আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে প্ৰতিদিনে ডালচেনি খাব।

অৱশ্যে অত্যধিক ডালচেনি সেৱন কৰাটো শৰীৰৰ বাবে ক্ষতিকাৰক। প্ৰতিদিনে সামান্য পৰিমাণে খালেহে আপুনি উপকাৰ লাভ কৰিব।

Recent News

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd