• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ডিমেনচিয়া : আপোনাৰো আছে নেকি কথা পাহৰা ৰোগ? জানি লওক নিৰাময়ৰ উপায়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 14, 2024 11:10 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি কথাবোৰ পাহৰি যায় নেকি? কথা পাহৰি যোৱাতো এটা স্বাভাৱিক কথা যদিও সঘনাই কথা পাহৰাতো আৰু কথা মনত নপৰাতো এটা গুৰুতৰ ৰোগ। কথা পাহৰি যোৱা এই ৰোগ বিধৰ নাম হৈছে ডিমেনচিয়া।

বহুতে হয়তো ডিমেনচিয়াৰ বিষয়ে নাজানে। ই এক নিউৰ’ডিজেনেৰেটিভ ৰোগ। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে ক্ৰমান্বয়ে স্মৃতিশক্তি হেৰুৱাই পেলায়। প্ৰায় সকলো কথা পাহৰি যোৱাৰ প্ৰৱণতা থাকে।

Apply Now

গতিকে এই ৰোগ হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। বয়স বৃদ্ধিৰ লগে লগে বহু লোক এই ৰোগত আক্ৰান্ত হয়। গতিকে কিছুমান খাদ্য দৈনন্দিন খাদ্য তালিকাত ৰাখিলে ডিমেনচিয়াৰ সম্ভাৱনা কম হয়।

কচু

ডিমেনচিয়াৰ সম্ভাৱনা কম কৰিবলৈ কচু খোৱাটো অতি প্ৰয়োজনীয়। কচুত ভিটামিন কে, লুটিন, বিটা-কেৰটিন আদি পুষ্টিকৰ উপাদান থাকে। যিয়ে আপোনাৰ শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰিব। মগজুৰ শক্তি বৃদ্ধি কৰাত সহায় কৰিব। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব।

জামু

জামু খোৱাটো স্বাস্থ্যৰ বাবে অতি উত্তম। ইয়াৰ উপৰিও ষ্ট্ৰবেৰী, ব্লুবেৰী, ব্লেকবেৰীত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে আপোনাৰ মানসিক চাপ কমোৱাত সহায় কৰিব। যদি আপুনি অটমিলৰ সৈতে জামু খাব পাৰে তেন্তে ই উপকাৰিতা আৰু বেছি।

মাগুৰ মাছ

মাগুৰ মাছে ডিমেনচিয়াৰ সম্ভাৱনা কম কৰাত সহায় কৰে। মাগুৰ, শিঙি, কুচিয়া আদি মাছত প্ৰচুৰ পৰিমাণে ওমেগা থ্ৰী ফেটি এচিড থাকে। যিয়ে আপোনাৰ প্ৰদাহ হ্ৰাস কৰিব পাৰে। কেৱল সেয়াই নহয়, ই আপোনাৰ হৃদতন্ত্ৰ সুস্থ কৰি ৰাখিব। ইয়াৰ উপৰিও ডিমেনচিয়াৰ সম্ভাৱনাও হ্ৰাস কৰিব।

বাদাম

যেনে আলমণ্ড, আখৰোট, চিয়া গুটি আদিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। কেৱল এয়াই নহয়, ই আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। ওজনো নিয়ন্ত্ৰণত থাকে। বেয়া কলেষ্টেৰলৰ মাত্ৰাও কমি যায়। যিকোনো গোটা শস্য খালে ডিমেনচিয়াৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ থাকে। ইয়াৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্ট থাকে। যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়।

কিন্তু যদি আপোনাৰ ডিমেনচিয়াৰ সমস্যা গুৰুতৰ হৈছে তেন্তে চিকিৎসকৰ কাষ চাপক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd