• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলকাতাৰ নিৰ্যাতিতা চিকিৎসকৰ নাম আৰু ছবি ৱিকিপিডিয়াৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ ছুপ্ৰীম কোৰ্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2024 4:17 pm
3.6k
VIEWS
Share on FacebookShare on Twitter

গুগলত বিচাৰিলে ৱিকিপিডিয়াত উপলব্ধ আৰ জি কৰ ঘটনাৰ যুৱ চিকিৎসকৰ নাম আৰু ছবি ৱিকিপিডিয়াৰ পৰা শীঘ্ৰে আঁতৰোৱাৰ নিৰ্দেশ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ।

ফৌজদাৰী বিধি আইনৰ ৭২ নং অনুচ্ছেদ অনুসৰি ধৰ্ষণ বা যৌন নিৰ্যাতনৰ ক্ষেত্ৰত ভুক্তভোগীৰ নাম বা পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। আদালতৰ নিৰ্দেশ পালন নকৰিলে তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থাও ল’ব পাৰে। দোষীক জৰিমনা বা জেলো হ’ব পাৰে। অৱশ্যে যুৱ চিকিৎসকগৰাকীৰ নাম আৰু চুলিৰ ষ্টাইলৰ সৈতে মিল থকা ছবিখনক লৈ আপত্তি কৰে মুখ্য ন্যায়াধীশে। ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘ছ’চিয়েল মিডিয়াত বা প্ৰেছত মৃতকৰ পৰিচয় ৰাজহুৱা কৰি ভুল কৰা হৈছে। ইয়াক ডিলিট কৰিব লাগে।”

উল্লেখ্য যে, যোৱা ৮ আগষ্টত নৈশ কৰ্তব্যত আছিল আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী যুৱতী চিকিৎসক। পিছদিনা চিকিৎসালয়খনৰ চেমিনাৰ হলৰ পৰা উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ। সেই সময়ত তেওঁ প্ৰায় উলংগ হৈ আছিল। অভিযোগ অনুসৰি তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। লালবজাৰে যুৱ চিকিৎসকজনৰ নাম ৰাজহুৱা কৰাৰ বাবে ডাঃ সুবৰ্ণ গোস্বামী আৰু কুনাল সৰকাৰকো চমন কৰে। আৰক্ষীৰ চমনত তেওঁলোক হাজিৰ হয়। কিন্তু সোধা-পোছাৰ অন্তত তেওঁলোকে লালবজাৰৰ পৰা ওলাই আহি স্পষ্ট কৰি দিয়ে যে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষে পদৰ পৰা পদত্যাগ কৰাৰ সময়ত যুৱ চিকিৎসকজনৰ নাম বাৰে বাৰে উল্লেখ কৰিছিল। ইয়াৰ পাছতো তেওঁলোকে এই প্ৰশ্ন উত্থাপন কৰে যে লালবজাৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ পিছত লালবজাৰে হেঁচাত পৰি ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ পাছত সন্দীপকো লালবজাৰলৈ মাতি অনা হয়।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd