• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ দ্বিতীয় দিনা প্ৰথম ইনিংছত ৩৭৬ৰানত অল আউট ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2024 11:49 am
1.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে টেষ্টত খেলিছে বাংলাদেশে। সেই মেচখনত হাছান মাহমুদে ৫টা উইকেট দখল কৰিছে। বাংলাদেশৰ যুৱ পেচাৰৰ লগতে তাস্কিন আহমেদেও দৃষ্টি আকৰ্ষণ কৰে। দুয়োজন পেচাৰৰ দমনীয় প্ৰদৰ্শনৰ বাবে ভাৰতে ৪০০ ৰান কৰিব নোৱাৰিলে।

চেন্নাই টেষ্টৰ দ্বিতীয় দিনা প্ৰথম এঘণ্টাতে ৪টা উইকেট হেৰুৱায় টীম ইণ্ডিয়াই। ভাৰতৰ ইনিংছ শেষ হয় ৩৭৬ ৰানত। পূর্বৰ দিনা দ্রুত বেটিং কৰাৰ পাছতো দ্বিতীয় দিনা ৰবীন্দ্র জাদেজাই শতক অর্জন কৰিব নোৱাৰিলে৷

প্ৰথম দিনৰ শেষত ৬ টা উইকেট হেৰুৱাই ভাৰতৰ স্ক’ৰ আছিল ৩৩৯। ঘৰুৱা খেলপথাৰ চিপকত শতক অৰ্জন কৰে অশ্বিনে। প্ৰথম দিনটোৰ শেষত জাডেজাই ৮৬ ৰান সংগ্ৰহ কৰি বেটিং কৰিছিল। কিন্তু দ্বিতীয় দিনৰ আৰম্ভণিতে তেওঁ সেই স্ক’ৰতে আউট হৈ ওলাই আহিল। তাস্কিনে তেওঁৰ উইকেট লয়। অলপ পিছতে অশ্বিনো আউট হয়। আকাশ দীপে ১৭ ৰান কৰি পেভিলিয়নলৈ উভতি আহে। তিনিওজনকে দ্বিতীয় দিনা তাস্কিনে আউট কৰে।

ভাৰতৰ দশম উইকেটটো দখল কৰে হাছান মাহমুদে। প্ৰথম দিনাই ৰোহিত শৰ্মা-বিৰাট কোহলী তেওঁৰ গতিত পৰাজিত হৈছিল। দ্বিতীয় দিনা যুৱ পেচাৰ গৰাকীৰ বলি হ’ল যশপ্ৰীত বুমৰাহ। এইবাৰ টেষ্টত অভিষেক ঘটোৱা হাছানে ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত এটা ইনিংছত ৫টা উইকেট দখল কৰিছিল। এইবাৰ ভাৰতৰ মাটিত এটা ইনিংছত ৫টা উইকেট দখল কৰিলে। একেৰাহে দুখন টেষ্টত এটা ইনিংছত ৫টা উইকেট দখল কৰা যুৱ পেচাৰগৰাকীক লৈ উৎফুল্লিত হৈ পৰিছে বাংলাদেশৰ ক্ৰিকেট মহল।

অৱশ্যে বেটিং কৰিবলৈ আহি বাংলাদেশে ভাল আৰম্ভণি কৰিব পৰা নাই। বুমৰাহ-চিৰাজৰ গতিৰ সন্মুখত অ’পেনাৰ দুজন শংকিত থকা দেখা গৈছিল। প্ৰথম অভাৰতে বুমৰাহে ছাদমান ইছলামৰ উইকেট দখল কৰে। এতিয়া ক্ৰীজত আছে অধিনায়ক নাজমুল হোছেইন শান্তো আৰু জাকিৰ হাছান। 

Recent News

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

অ’বিচি প্ৰমাণপত্ৰ বাতিলৰ গোচৰ: মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে

অ’বিচি প্ৰমাণপত্ৰ বাতিলৰ গোচৰ: মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে

দক্ষিণ এছিয়া বডি বিল্ডিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন অৰুণাচলৰ হিলাং য়াজিকৰ, গঢ়িলে ইতিহাস

দক্ষিণ এছিয়া বডি বিল্ডিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন অৰুণাচলৰ হিলাং য়াজিকৰ, গঢ়িলে ইতিহাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd