• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকলি যুদ্ধ ঘোষণা হিজবুল্লাৰ, উত্তৰ ইজৰাইলত চলালে শতাধিক ৰকেট আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2024 9:09 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইল আৰু লেবাননৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। দেওবাৰে লেবানন সমৰ্থিত হিজবুল্লাই উত্তৰ ইজৰাইললৈ ১০০ৰো অধিক ৰকেট নিক্ষেপ কৰে। ইজৰাইলৰ হাইফাৰ ওচৰত পৰে ৰকেটসমূহ। এই আক্ৰমণত চাৰিজন লোক আহত হয়।

ৰকেট আক্ৰমণৰ পিছতে হিজবুল্লাহৰ ডেপুটি কমাণ্ডাৰ নেইম কাছিমে মুকলিকৈ যুদ্ধ ঘোষণা কৰে। ইজৰাইলৰ লেবাননত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে হিজবুল্লাই এই আক্ৰমণ সংঘটিত কৰে। তাত হিজবুল্লাহৰ এজন কমাণ্ডাৰকে ধৰি কেইবা ডজন লোক নিহত হৈছিল।

হিজবুল্লাহৰ ডেপুটি কমাণ্ডাৰ নেইম কাছিমে কয় যে এই ৰকেট আক্ৰমণৰ ফলত ইজৰাইলৰ সৈতে মুকলি যুদ্ধৰ সূচনা হৈছে। আমি স্বীকাৰ কৰোঁ যে আমি আঘাত পাইছো। আমি মানুহ। কিন্তু আমি যেনেকৈ শোক পাইছো, আপোনালোকেও শোক পাব। হাইফাৰ সমীপৱৰ্তী কিৰিয়াট বিয়ালিক চহৰৰ এটা আৱাসিক ভৱনৰ সমীপত এটা ৰকেটে আঘাত কৰে। ফলত আহত হয় চাৰিজন লোক। অট্টালিকা আৰু গাড়ীত অগ্নিকাণ্ডও সংঘটিত হয়।

Apply Now

লগতে পঢ়কঃ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন মোৰ : ৬ আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ চিবিআইৰ

এই আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে উত্তৰ অঞ্চলত নিৰাপত্তা পুনৰুদ্ধাৰ কৰাৰ লগতে মানুহক নিজৰ ঘৰলৈ উভতি যাবলৈ অনুমতি দিয়াৰ বাবে ইজৰাইলে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়। কোনো দেশেই নিজৰ চহৰত বোমা আক্ৰমণ মানি ল’ব নোৱাৰে।

আমেৰিকাত হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ মুখপাত্ৰ জন কিৰ্বিয়ে কয় যে আমি যোৱা সপ্তাহত বৃদ্ধি পোৱা সকলো উত্তেজনা গভীৰ উদ্বেগেৰে চাই আছো। এইটো যাতে পূৰ্ণাংগ যুদ্ধলৈ পৰিণত নহয় তাৰ বাবে আমি সকলো কৰিব বিচাৰো।

ইজৰাইলৰ সেনাই জনোৱা মতে, বিগত ২৪ ঘণ্টাত দক্ষিণ লেবাননত ৰকেট লঞ্চাৰে প্ৰায় ৪০০ উগ্ৰপন্থী ঘাটিত আঘাত কৰিছে। ইজৰাইলৰ সামৰিক মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল নাদৱ শ্বোছানীয়ে কয় যে উত্তৰ ইজৰাইলত সংঘটিত হোৱা অগ্নিকাণ্ডত লাখ লাখ সাধাৰণ নাগৰিক প্ৰভাৱিত হৈছে। অৱশ্যে ই ইৰাকৰ দিশৰ পৰা চলোৱা বহু এয়াৰ ডিভাইচ বন্ধ কৰি দিছে। এই আক্ৰমণৰ পিছত সমগ্ৰ উত্তৰ ইজৰাইলত বিদ্যালয়সমূহ বাতিল কৰা হয়।

লগতে পঢ়কঃ চুলি সৰা কেনেকৈ বন্ধ কৰিব? এই উপায় মানিলে শীঘ্ৰেই দূৰ হ’ব সমস্যা; জানি লওক সহজ সমাধান

লেবাননৰ বিভিন্ন অঞ্চলক লক্ষ্য কৰি ইজৰাইলে বাৰে বাৰে কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে হাইফাৰ দক্ষিণ-পূব দিশৰ ৰামাট ডেভিদ বিমানঘাটিত কেইবা ডজনো ফাদি ১ আৰু ফাডি ২ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে বুলি হিজবুল্লাই জনায়। হিজবুল্লাই কয় যে তেওঁলোকে হাইফাৰ ৰাফেলত প্ৰতিৰক্ষা স্থাপনাসমূহক লক্ষ্য কৰি লৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd