• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতলৈ আহি আছে কল্ডপ্লে ! এআৰ ৰহমানৰ সৈতে বিশ্ববিখ্যাত বেণ্ডটোৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ নেটিজেনৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 24, 2024 8:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বছৰৰ আৰম্ভণিতে ভাৰতলৈ আহি আছে কল্ডপ্লে বেণ্ড। ডিচেম্বৰ মাহত ব্রায়ান এডামছৰ পাছত ২০২৪ চনৰ ২১ জানুৱাৰীত এই দেশত কণ্ঠদান কৰিব বিশ্ববিখ্যাত বেণ্ডটোৱে৷ এই খবৰ বিয়পি পৰাৰ পাছতেই কল্ডপ্লেৰ অনুৰাগীসকল কল্ডপ্লে জ্বৰত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰে। ছ’চিয়েল মিডিয়াৰ ভাইৰেল সুৰকাৰ এ আৰ ৰহমান আৰু কল্ডপ্লেৰ সহ-প্ৰতিষ্ঠাপক তথা গায়ক ক্ৰীছ মাৰ্টিনৰ এটা পুৰণি যুটি। ২০১৬ চনৰ ভিডিঅ’টোৱে পুনৰ মন জয় কৰিছে।

ব্ৰিটিছ ৰক বেণ্ডটোৱে অহা বছৰৰ আৰম্ভণিতে মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা। দেওবাৰে শ্ব’টোৰ টিকট বিক্ৰী হোৱাৰ লগে লগে অত্যধিক চাহিদাৰ বাবে ছাইটটো ক্ৰেচ হৈ পৰে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত দেখা গ’ল যে দুদিনৰ সকলো টিকট বুকিং হৈ আছে। ইয়াৰ পৰাই স্পষ্ট যে বেণ্ডটোক কিমান উন্মাদনাই আগুৰি ধৰিছে। ক’বলৈ ভাল কথা, এইবাৰ টিকটৰ নূন্যতম দাম আঢ়ৈ হাজাৰ টকা। সৰ্বোচ্চ টিকটৰ মূল্য ৩৫ হাজাৰ টকা।

কল্ডপ্লেই শেষবাৰৰ বাবে ২০১৬ চনত ভাৰত ভ্ৰমণ কৰিছিল। মুম্বাই গ্ল’বেল চিটিজেন ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰে। আৰু সেইবাৰ ক্ৰীছ মাৰ্টিনে এ আৰ ৰহমানৰ সৈতে ‘বন্দে মাতৰম’ গাইছিল। এতিয়াৰ বাবে অনুৰাগীসকলে কেৱল সেই ভিডিঅ’টো চাইয়েই উপভোগ কৰিছে।

Apply Now

উল্লেখ্য যে যোৱা শতিকাৰ নব্বৈৰ দশকত কল্ডপ্লেৰ গঠন হৈছিল। লণ্ডনত আত্মপ্ৰকাশ কৰাৰ পাছত বেণ্ডটো দ্ৰুতগতিত হিট হৈ পৰে। এই বেণ্ডটোৰ মুখ্য গায়ক ক্ৰীছ মাৰ্টিন। তেওঁ আৰু গীটাৰিষ্ট জনী বাকলেণ্ড আছিল দুজন মূল সদস্য। দুয়ো একেলগে গীত লিখিবলৈ আৰম্ভ কৰিলে। তেওঁ আগতেও গান গাইছিল। প্ৰথম এলবাম ‘পেৰাচুটছ’। ২০০০ চনত সেই এলবামটো মুক্তি পোৱাৰ পিছৰে পৰা যোৱা ডেৰ-দুটা দশকত বেণ্ডটোৱে ইটোৰ পাছত সিটো মাইলৰ খুঁটি অতিক্ৰম কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd