• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৫ অক্টোবৰৰ পৰা বেংকৰ গ্ৰাহকৰ বাবে নতুন নিয়ম; জানি লওক কি সলনি কৰিছে আৰ বি আইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2024 8:02 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং খণ্ডত নতুন নিয়ম আনিবলৈ আগবাঢ়িছে। ইতিমধ্যে আৰ বি আইয়ে বিভিন্ন ক্ষেত্ৰত যেনে সোণৰ ঋণ, ক্ষুদ্ৰ বিত্তীয় বেংক আদিত নিয়ম কটকটীয়া কৰি তুলিছে। ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব পাৰে এই নতুন নিয়ম। ইফালে, সঞ্চয় একাউণ্টত ৰখাৰ নূন্যতম বেলেঞ্চ সন্দৰ্ভত নতুন নিয়ম হ’ব। গ্ৰাহকে অনুভৱ কৰে যে ১৫ অক্টোবৰৰ পিছত এই বিষয়ত তেওঁলোকে অধিক স্পষ্ট ধাৰণা লাভ কৰিব।

এবছৰত ১০ লাখতকৈ অধিক টকা জমা কৰিব পাৰিব

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক একাউণ্টত ৰখাৰ নূন্যতম ধনৰ বেলেঞ্চ সন্দৰ্ভত নতুন নিয়ম আনিবলৈ ওলাইছে। ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব পাৰে এই নিয়ম। ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি এবছৰৰ ভিতৰত গ্ৰাহকে তেওঁলোকৰ চেভিংছ একাউণ্টত ১০ লাখ বা ​​তাতকৈ অধিক টকা জমা দিব পাৰিব। টকা জমা কৰাৰ সময়ত আপোনাৰ বেংকত কৰ আৰু মাচুলৰ বিষয়ে যোগাযোগ কৰক।

সীমা অতিক্ৰম কৰিলে তথ্য দিব লাগিব

যেতিয়া আপুনি আপোনাৰ বেংক একাউণ্টত ধন জমা কৰে তেতিয়া আপুনি বৃহৎ পৰিমাণৰ ধন জমা কৰিলে বেংকে কেতিয়াবা আপোনাৰ একাউণ্টৰ পৰীক্ষা কৰিব পাৰে। এনে ধন ক’ৰ পৰা আহিল, আয়ৰ উৎস, প্ৰমাণ আদিৰ তথ্য সুধিব পাৰে। সঞ্চয় একাউণ্ট বা আন কোনো একাউণ্টত ধনৰ লেনদেন বৃদ্ধি হ’লে আয়কৰ বিভাগৰ পৰাও জাননী লাভ কৰিব পাৰে। জ্যেষ্ঠ নাগৰিকক বিশেষ সুবিধা প্ৰদান কৰা হৈছে। তেওঁলোকে ১ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। এই ধনৰ সন্দৰ্ভত কোনো ধৰণৰ অনুসন্ধান কৰা নহ’ব।

Apply Now

নূন্যতম বেলেঞ্চ নথকাৰ বাবে জৰিমনা

আজিকালি বেংকে গ্ৰাহকক নূন্যতম বেলেঞ্চ ৰক্ষা নকৰাৰ বাবে জৰিমনা প্ৰদান কৰে। একাংশ বেংকে বহুদিনৰ মূৰত একাউণ্টত ধন জমা হ’লে ইমানদিনলৈকে নূন্যতম বেলেঞ্চ অটুট নৰখাৰ বাবেও জৰিমনা আৰোপ কৰে। বহু বেংকে নূন্যতম বেলেঞ্চৰ নামত কোটি কোটি টকা নিজৰ লগত ৰাখি থয়।

নূন্যতম বেলেঞ্চৰ সন্দৰ্ভত এছ বি আইৰ ব্যতিক্ৰম

একাংশ বেংকে একাউণ্ট ৰক্ষণাবেক্ষণৰ বাবে ৩০০ৰ পৰা ৬০০ টকা জৰিমনা আদায় কৰে। এই জৰিমনা বেংক অনুসৰি ভিন্ন হয়। পঞ্জাৱ নেচনেল বেংকে গ্ৰাহকৰ পৰা ১৫৩৮ কোটি টকাৰ জৰিমনা সংগ্ৰহ কৰিছে। দেশৰ সৰ্ববৃহৎ বেংক এছ বি আই (ষ্টেট বেংক অৱ ইণ্ডিয়া)ৰ এনে জৰিমনা সংগ্ৰহ বন্ধ কৰি দিছে। বিগত পাঁচ বছৰত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বেংকসমূহে নূন্যতম বেলেঞ্চৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিছে।

জানিব পৰা গৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে নূন্যতম বেলেঞ্চ ৰক্ষাৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। অৱশ্যে নতুন নিয়ম বলবৎ হ’ব নেকি, বা নিয়ম সলনি হ’ব নেকি সেয়া আগন্তুক দিনত স্পষ্ট হ’ব।

নূন্যতম বেলেঞ্চৰ বিকল্প থকা বেংকৰ তথ্য

যিকোনো একাউণ্টৰ বাবে এছ বি আইয়ে শূন্য (জিৰো) বেলেঞ্চ একাউণ্ট প্ৰদান কৰে। ইয়াৰ ফলত নূন্যতম বেলেঞ্চ ৰক্ষা নকৰাৰ কোনো জৰিমনা নাথাকিব। ইউনিয়ন বেংক অৱ ইণ্ডিয়াই শূন্য বেলেঞ্চ একাউণ্টৰ ব্যৱস্থা কৰিছে। কিন্তু নূন্যতম বেলেঞ্চ একাউণ্টসমূহকো উৎসাহিত কৰিছে। এই একাউণ্ট খোলাৰ সময়ত চেক উলিওৱাৰ সময়ত নূন্যতম বেলেঞ্চ স্থান অনুযায়ী ২৫০ টকা, ৫০০ টকা, ১০০০ টকাত ৰাখিব লাগে। একাউণ্ট লোৱাৰ সময়ত চেক বুক নল’লে স্থান অনুযায়ী নূন্যতম বেলেঞ্চ ১০০ টকা, ২৫০ টকা, ৫০০ টকা ৰাখিব লাগে।

এইচ ডি এফ চি বেংকে শূন্য বেলেঞ্চ একাউণ্ট নোখোলে। এই বেংকত একাউণ্ট খুলিব বিচাৰিলে গ্ৰাম্য অঞ্চলৰ শাখা হ’লে নূন্যতম ২৫০০ টকা ৰাখিব লাগিব। চহৰ, মহানগৰ শাখাত একাউণ্ট খুলিবলৈ নূন্যতম বেলেঞ্চ ৫০০০ টকা, ১০,০০০ টকা ৰাখিব লাগে। আনহাতে ব্যক্তিগত বেংক আইচিআইচিআইয়েও শূন্য বেলেঞ্চ একাউণ্ট প্ৰদান নকৰে। গ্ৰাম্য, অৰ্ধনগৰীয়া, চহৰীয়া অঞ্চল অনুযায়ী নূন্যতম বেলেঞ্চ ১০০০, ২০০০, ৫০০০, ১০,০০০ টকা ৰাখিব লাগে। কিন্তু ১৫ অক্টোবৰৰ পিছত আহিবলগীয়া নিয়মৰ সৈতে এই নূন্যতম বেলেঞ্চ একাউণ্টসমূহত কেনেধৰণৰ পৰিৱৰ্তন আহে সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd