• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনেকুৱা বন্ধু থাকিলে শত্ৰু বেলেগকৈ নালাগে! জানি লওক প্ৰকৃত বন্ধু চিনাৰ উপায়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 14, 2024 5:30 pm
631
VIEWS
Share on FacebookShare on Twitter

জীৱনত সকলো মানুহৰে ভাল বন্ধু থকাতো জৰুৰী। ভাল বন্ধুৱে সদায় সুখ-দুখৰ সময়ত আমাক সংগ দিয়ে। লগতে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ ভাল বন্ধু সদায়েই প্ৰস্তুত।

কিন্তু জানেনে, বন্ধুৰ মাজতো বহুতো শত্ৰু লুকাই থাকে। যিসকলে বন্ধুৰ ৰূপত আপোনাৰ ক্ষতি কৰিবলৈ ৰৈ থাকে।

যদি আপোনাৰ কোনো বন্ধুৰ মাজত এনে কিছুমান লক্ষণ দেখা পায়, তেন্তে তেওঁলোকৰ লগত কেতিয়াও বন্ধুত্ব নকৰিব। তেওঁলোকক এৰাই চলিবলৈ চেষ্টা কৰক। কাৰণ তেওঁলোকে আপোনাৰ জীৱনত বহু ক্ষতি কৰিব পাৰে।

কোনবোৰ বন্ধুৰ পৰা আঁতৰি থাকিব লাগে জানো আহক 

স্বাৰ্থপৰ বন্ধু

যদি আপোনাৰ বন্ধুজন অতি স্বাৰ্থপৰ অৰ্থাৎ নিজৰ কাম সাধন কৰিবলৈহে আপোনাৰ কাষত থাকে আৰু কেতিয়াও কোনো প্ৰয়োজনত আপোনাক সহায় নকৰে বা আপোনাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে তেন্তে তেওঁ কেতিয়াও আপোনাৰ প্ৰকৃত বন্ধু নহয়।

ঈৰ্ষা কৰা

আনৰ সুখ আৰু সফলতা দেখি ঈৰ্ষা কৰা বন্ধু প্ৰায় সকলো মানুহৰেই থাকে। তেওঁলোকে আনৰ আত্মবিশ্বাস ভাঙিব বিচাৰে। যদি আপোনাৰ বন্ধুৱে আপোনাৰ লগত এনেকুৱা কৰে তেন্তে সেই বন্ধুজনৰ পৰা দহ হাত আঁতৰি থাকিবলৈ চেষ্টা কৰক। কাৰণ সেই বন্ধুজন আপোনাৰ প্ৰকৃত বন্ধু নহয়।

দোষ বিচাৰি থকা

যদি আপুনি দেখিছে যে আপোনাৰ কোনো বন্ধুৱে সদায় আপোনাৰ দোষ বিচাৰিবলৈ চেষ্টা কৰে আৰু আপোনাক অকাৰণতে তুচ্ছজ্ঞান কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁৰ পৰা এতিয়াই আঁতৰি আহক।

উৰাবাতৰি

যদি কোনো বন্ধুৱে আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাইছে, যদি কোনো বন্ধুৱে আনৰ আগত আপোনাৰ বদনাম ৰটিছে তেন্তে তেনে বন্ধুৰ পৰা একেবাৰেই আঁতৰি থাকক। এনে বন্ধুক কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কথা নক’ব।

প্ৰতাৰণা

কোনো বন্ধুৱে যদি আপোনাক মিছা কথা কৈছে বা প্ৰতাৰণা কৰিছে অথবা আপোনাৰ বিশ্বাস ভংগ কৰিছে তেন্তে তেন্তে বন্ধুৰ পৰা দূৰতে বিদূৰ হওক। এনে বন্ধুত্বতকৈ শত্ৰুৱেই শ্ৰেষ্ঠ। গতিকে বন্ধু বুলি কাৰোবাক আদৰি লোৱাৰ আগতে এইবোৰ কথা মনত ৰাখক আৰু দহবাৰ ভাবক।

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd