• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ টাইম্‌ছ অব্‌ ইণ্ডিয়াৰ বৰ্ষশ্ৰেষ্ঠ চিকিৎসকৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2018 8:03 am
maxresdefault

টাইমছ অব্ ইণ্ডিয়াৰ বৰ্ষশ্ৰেষ্ঠ চিকিসকৰ বঁটা লাভ কৰা পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহৰীয়া। ফাইল ফটো : ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট চিকিৎসক, গৱেষক তথা পদ্মশ্ৰী বটাঁপ্ৰাপক অসম সন্তান ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ ‘টাইম্‌ছ অব্‌ ইণ্ডিয়া’ৰ তৰফৰ পৰা ২০১৮ চনৰ বৰ্ষশ্ৰেষ্ঠ চিকিৎসকৰ সন্মান আগবঢ়োৱা হৈছে।

হায়দৰাবাদৰ  হোটেল ‘নভ’টেল’ৰ প্ৰেক্ষাগৃহত  সংবাদ গোষ্ঠীটোৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ডাঃ চহৰীয়াক বৃক্ক সংৰোপণৰ ক্ষেত্ৰখনত দেখুওৱা অসাধাৰণ পাৰদৰ্শিতাৰ স্বীকৃতি স্বৰূপে ‘দ্য লিজেণ্ড অব্‌ দ্য ইয়েৰ ২০১৮ ইন ৰেনেল ট্ৰান্সপ্লেণ্টেশ্যন’ উপাধিৰে বিভূষিত কৰা হয়।

Apply Now

উক্ত খবৰটো পলমকৈ পোৱা বাবে আৰু ডাঃ চহৰীয়া অসম ভ্ৰমণত থকাৰ বাবে বটাঁ প্ৰদান অনুষ্ঠানত তেওঁ উপস্থিত থাকিব নোৱাৰিলে। তেওঁৰ অনুপস্থিতিত টাইম্‌ছ অব্‌ ইণ্ডিয়াৰ পৰিচালন কৰ্তৃপক্ষৰ পৰা তেওঁৰ কন্যাই বঁটাটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

‘টাইম্‌ছ হেল্‌থকেয়াৰ এচ্ছিভাৰ্ছ এৱাৰ্ড’ নামেৰে পাঁচ বছৰ পূৰ্বে আৰম্ভ কৰা দেশৰ খ্যাতনামা আৰু বিশ্বৰ অন্যতম পুৰণি সংবাদ গোষ্ঠীৰ এনে বিৰল স্বীকৃতিত বিশিষ্ট শল্য চিকিৎসকগৰাকীয়ে নিজৰ সন্তুষ্টি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০১৪ চনত তেওঁক পদ্মশ্ৰী বটাঁৰে সন্মানিত কৰে।

১৯৪৫ চনত মঙলদৈৰ টেঙাবাৰীত জন্ম গ্ৰহণ কৰা ডাঃ চহৰীয়াই ১৯৭৫ চনত ভাৰতত সফলভাৱে সম্পন্ন প্ৰথমটো বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰত অংশ লোৱাৰ পিছত ১৯৮১ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে এই ক্ষেত্ৰত আত্মনিয়োগ কৰিছে আৰু এতিয়ালৈকে অন্ধ্ৰ প্ৰদেশ, অসম, মহাৰাষ্ট্ৰ, ওড়িষাকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ৩৫০০তকৈ অধিক বৃক্ক সংৰোপণ সম্পন্ন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd