• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ অৰ্থ আপোচ নহয়’ : বিতৰ্কৰ পিছত মুখ খুলিলে ডি ৱাই চন্দ্ৰচুড়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 27, 2024 6:32 pm
335
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বাসগৃহত অনুষ্ঠিত হোৱা এটা ধৰ্মীয় অনুষ্ঠানলৈ আমন্ত্ৰিত হৈছিল নৰেন্দ্ৰ মোদী। আমন্ত্ৰণক্ৰমে মুখ্য ন্যায়াধীশৰ ঘৰত অনুষ্ঠিত পূজাৰ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী। তাৰপিছতেই সমগ্ৰ দেশত বিতৰ্কৰ সৃষ্টি হয়।

ন্যায়পালিকাৰ শীৰ্ষ ব্যক্তিজনৰ লগত কাৰ্যপালিকাৰ শীৰ্ষ ব্যক্তিজনৰ ব্যক্তিগত সম্পৰ্কই ন্যায়ৰ ওপৰত থকা জনতাৰ বিশ্বাস আৰু আস্থা নোহোৱা কৰিব বুলি বিভিন্ন পক্ষই দাবী কৰে।

এই বিতৰ্কৰ সম্পৰ্কে এতিয়া মুখ খুলিছে ডি ৱাই চন্দ্ৰচুড়ে। চন্দ্ৰচুড়ে এটা অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত কয়,  ‘‘ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ অৰ্থ আপোচ নহয়।”

তেওঁ কয় যে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশসকলক সাক্ষাৎ কৰিব পাৰে। কিন্তু সেই সময়ত দুয়োটা পক্ষৰ মাজত কোনো গোচৰ সম্পৰ্কে আলোচনা হ’ব নালাগিব।

যোৱা ১১ ছেপ্টেম্বৰত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ঘৰত অনুষ্ঠিত গণেশ পূজাত উপস্থিত আছিল প্ৰধানমন্ত্ৰী! সাক্ষাতৰ ফটো বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত বিভিন্ন প্ৰশ্নৰ উত্থাপন হ’বলৈ ধৰিলে।

বিৰোধীৰ মতে, এনে বৈঠকে সন্দেহৰ সৃষ্টি কৰিছে। মুখ্য ন্যায়াধীশগৰাকীৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে।

ইয়াৰ পিছত বিজেপিয়ে তদানীন্তন মুখ্য ন্যায়াধীশ কে জি বালকৃষ্ণনৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৌজন্যমূলক বৈঠকৰ ফটো পোষ্ট কৰে।

বিতৰ্কৰ এমাহ পাৰ হৈ গ’ল। ইয়াৰ পিছত চন্দ্ৰচুড়ে কয় যে উচ্চতম ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া আৰু উচ্চতম ন্যায়ালয়ৰ বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ সম্পৰ্ক সম্পূৰ্ণ পৃথক। কিন্তু এই বৈঠকৰ ন্যায়িক প্ৰক্ৰিয়াৰ লগত কোনো সম্পৰ্ক নাই বুলি বুজিবলৈ মানসিকতা থকাটো প্ৰয়োজনীয়। এইটো বুজা উচিত যে ব্যক্তিগত সাক্ষাতৰ অৰ্থ আপোচ নহয়।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd