• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবিশ্বাস্য হাৰত হ্ৰাস পালে ভাৰতীয় মুদ্ৰাৰ মূল্য! ডলাৰৰ হিচাপত কিমান কমিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2024 2:25 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশ এতিয়া উৎসৱত মতলীয়া। কিন্তু উৎসৱৰ মাজতে অবিশ্বাস্য হাৰত হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য। ফলত উৎসৱৰ দিনটোতে ভাৰতীয়ৰ আনন্দৰ ম্লান হৈ পৰিল। বৃহস্পতিবাৰে দীপাৱলীৰ দিনা ভাৰতীয় মুদ্ৰাৰ (ভাৰতীয় টকা) মূল্য অভিলেখ হাৰত হ্ৰাস পায়। ভাৰতীয় মুদ্ৰাৰ এই অভিলেখ পতনৰ ফলত ডলাৰৰ মূল্য ৮৪.০৯২৫ টকালৈ বৃদ্ধি পালে।

উল্লেখ্য যে আগতেও এবাৰ ভাৰতীয় মুদ্ৰাৰ মূল্য ডলাৰৰ বিপৰীতে ৮৪.০৯০০ টকালৈ হ্ৰাস পাইছিল। এইটোৱেই আছিল আটাইতকৈ বেছি পতন। কিন্তু হঠাৎ টকাৰ দাম কমি যোৱাৰ কাৰণ কি? শ্বেয়াৰ বজাৰত ধাৰাবাহিকভাৱে দুৰ্বল ফলাফলৰ বাবে প্ৰধানকৈ ভাৰতীয় মূল্যৰ হ্ৰাসক দোষাৰোপ কৰিছে বিশেষজ্ঞসকলে। তদুপৰি, ৫ নৱেম্বৰত আমেৰিকাৰ নিৰ্বাচন।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এই ভোটগ্ৰহণ পৰ্যায়ৰ লগে লগে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ প্ৰভাৱৰ বাবেও এইদৰে টকাৰ পতন হোৱা বুলি ধাৰণা কৰা হয়। এই পৰিস্থিতিত বিশেষজ্ঞসকলে দাবী কৰিছে যে যদিহে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে পুনৰ আমেৰিকাৰ শাসন দখল কৰে তেন্তে আমেৰিকান ডলাৰ শক্তিশালী হ’ব পাৰে।

Apply Now

লগতে পঢ়কঃ বিশিষ্ট অৰ্থনীতিবিদ, প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ৰ পৰলোকপ্ৰাপ্তি

ভৱিষ্যতে এছিয়া মহাদেশৰ দেশসমূহতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব। সেয়ে, আগন্তুক দিনত ডলাৰৰ দাম বৃদ্ধি হোৱাৰ লগে লগে এই দেশবোৰৰ টকাৰ মূল্যও হ্ৰাস পাবলৈ আৰম্ভ কৰিব। আনহাতে, বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা আঁতৰি গৈছে। কিন্তু অক্টোবৰ মাহতে দেশৰ শ্বেয়াৰ বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে ১ বিলিয়ন ডলাৰ উলিয়াই নিছে।

ইয়াৰে এক বৃহৎ অংশই চীনৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আগন্তুক দিনত যদি এই পৰিস্থিতিৰ পৰিবৰ্তন নহয়, তেন্তে টকাৰ মূল্যৰ উন্নতি সম্ভৱ নহয়। কিন্তু শ্বেয়াৰ বজাৰৰ এজন বিনিয়োগকাৰীৰ মতে যোৱা কেইটামান ছেছনৰ পৰা টকাৰ মূল্য অবিৰতভাৱে হ্ৰাস পাবলৈ ধৰিছে।

লগতে পঢ়কঃ নিচাৰ বাবে টকা লাগে! ১৯ জন যুৱকৰ সৈতে দৈহিক সম্পৰ্ক এক কিশোৰীৰ; এইডছত আক্ৰান্ত সকলোৱে

অৱশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই হ্ৰাস ৰোধৰ বাবে কিছু ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কাৰণ তেওঁলোকে কেতিয়াও টকাৰ দামৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব নিবিচাৰে। জানি থোৱা ভাল যে এছিয়াৰ আন দেশৰ তুলনাত ডলাৰৰ ক্ষেত্ৰত ভাৰতীয় টকাই ভাল প্ৰদৰ্শন কৰিছে। প্রতিবেদন অনুসৰি যোৱা এমাহত আন দেশৰ টকাৰ তুলনাত ভাৰতীয় টকাৰ পতন তুলনামূলকভাৱে কম হৈছে৷ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd