• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিয়াৰ পিছত অবৈধ সম্পৰ্কত লিপ্ত পুত্ৰ আৰু পুত্ৰৰ পত্নীৰ : লোকচক্ষুৰ ভয়ত দুয়োকে হত্যা মাতৃৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 1, 2024 8:30 pm
289
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ আগ্ৰা নিবাসী ২২ বছৰীয়া বিকাশ আৰু ১৮ বছৰীয়া দীক্ষাৰ বিবাহ হয়। কিন্তু বিয়াৰ পিছত দুয়োজনে পৰস্পৰৰ সন্মনি সাপেক্ষে আন পুৰুষ-মহিলাৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হয়।

কিন্তু এই কথাটো মাতৃয়ে গম পাইছিল আৰু দুয়োকে অবৈধ সম্পৰ্কত লিপ্ত নহব’লৈ সকীয়াই দিছিল। অৱশ্যে পুত্ৰ-বোৱাৰীয়ে তেওঁৰ কথা নুশুনি অবৈধ সম্পৰ্ক চলাই থাকিল।

অৱশেষত এই কথাত মাতৃগৰাকী ক্ষুব্ধ হৈ পৰে আৰু পুত্ৰ–বোৱাৰীক হত্যা কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, বিগত মঙলবাৰে নিশা এটা মন্দিৰত পূজাৰ কৰি উভতি অহাৰ সময়ত বিকাশ আৰু দীক্ষা দুয়োকে এজন চালকে গুলীয়াই হত্যা কৰে।

এই গোচৰৰ তদন্তকাৰী বিষয়া অনুজ শুভামে কয় যে গোচৰৰ তদন্তৰ সময়ত মৃতকৰ মাতৃ ললিতাক জেৰা কৰা হৈছিল। তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

মৃতকৰ মাতৃৰ বক্তব্য অনুসৰি পুত্ৰ আৰু বোৱাৰীৰ এই অবৈধ যৌন সম্পৰ্ক দিনৰ পিছত দিন ঘৰতে চলি আছিল। দুজনে আন পুৰুষ-মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। বহুবাৰ ধৰা পৰিছিল। সকীয়াই দিয়া সত্বেও কথা নুশুনিলে। ইয়াৰ বাবেই তেওঁলোকক হত্যা কৰিলে মাতৃয়ে।

Recent News

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd