• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱজাতক শিশুক হাস্পতালৰ পৰা লৈ উধাও কুকুৰ! পৰিয়ালৰ গুৰুতৰ অভিযোগ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 20, 2024 5:36 pm
102
VIEWS
Share on FacebookShare on Twitter

প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈছিল এগৰাকী মহিলা। চিকিৎসকে মহিলাগৰাকীক প্ৰস্ৰাৱ পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে। তাৰ পাছতে মহিলাগৰাকী ইউৰিন সংগ্ৰহৰ বাবে বাথৰুমলৈ যায়।কিন্তু বাথৰুমতে মহিলাগৰাকীয়ে এটা অপৈণত ভ্ৰূণ জন্ম দিয়ে।

পৰিয়ালৰ লোকে অভিযোগ কৰে যে, এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে তৎক্ষণাত কৰ্তব্যৰত নাৰ্ছক অৱগত কৰে যদিও কিছু পলমকৈহে আহে নাৰ্ছ। পাছত প্ৰসূতিগৰাকীক চিকিৎসালয়ৰ ভিতৰলৈ লৈ যোৱা হয় যদিও সদ্যোজাত ভ্ৰুণটি তাতেই পৰি ৰয়। কিছু সময় পাছত পৰিয়ালৰ লোকে সেই অপৈণত ভ্ৰুণটি চাবলৈ অহাত দেখিলে যে সেই স্থানত নাই৷

এটা কুকুৰে ভ্ৰুণটো মুখত লৈ ওলাই যোৱা দেখিবলৈ পায় পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে কুকুৰটোৰ পিছে পিছে খেদিও উদ্ধাৰ কৰিব নোৱাৰিলে।ঘটনাৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ সৈতে কাজিয়া আৰম্ভ কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত চিকিৎসালয় কৰ্তৃপক্ষই ততাতৈয়াকৈ মহিলাগৰাকীক আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্বাভাৱিকতে চিকিৎসালয়ৰ সুৰক্ষা আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰিছে যে তেওঁলোকে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি আছে, আৰু নিশা কৰ্তব্যত থকাসকলৰ এই ঘটনাৰ সত্যতা আছে নে নাই সেই সন্দৰ্ভত সোধাপোছা কৰা হ’ব। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত কোনো লিখিত অভিযোগ দাখিল কৰা হোৱা নাই।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd