• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

স্বাস্থ্য শিতান : ৩০ বছৰ বয়সৰ পিছত খাবলৈ এৰি দিয়ক এইবোৰ খাদ্য – কৈছে বিশেষজ্ঞই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 4, 2024 11:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি ৩০ বছৰ বয়সৰ পিছত পুৰুষ বা মহিলা সকলোৰে শৰীৰত বহু পৰিৱৰ্তন ঘটে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত পৰে। তেনে ক্ষেত্ৰত এই বয়সত সকলোৱে খাদ্যৰ বিশেষ যত্ন লোৱা উচিত। বিশেষজ্ঞ সকলৰ মতে ৩০ বছৰ বয়সৰ পিছত কিছুমান খাদ্য পৰিহাৰ কৰা ভাল।

কাৰণ বয়সৰ লগে লগে হৃদৰোগ, মধুমেহ, কৰ্কট, ৰক্তহীনতা, থাইৰয়ড আদি বহুতো ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও যদি খাদ্য ভাল নহয় তেন্তে ছালখন সোনকালে বয়সীয়াল হ’বলৈ আৰম্ভ কৰে।

Apply Now

আহক জানো ৩০ বছৰ বয়সৰ পিছত কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে।

মিঠা বস্তু

অতিৰিক্ত মিঠাই খোৱাটো যিকোনো বয়সতেই ভাল নহয়। কিন্তু ৩০ বছৰ বয়সৰ পিছত যিমান পাৰি মিঠাই খোৱাৰ পৰা বিৰত থাকিব লাগে। আচলতে ৩০ বছৰ বয়সৰ পিছত বিপাকীয় ক্ৰিয়া লেহেমীয়া হ’বলৈ ধৰে, যাৰ বাবে মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ আশংকা আগতকৈ বহুগুণ বৃদ্ধি পায়। তদুপৰি বেছিকৈ চেনি খোৱাৰ ফলত ব্ৰণ, বলিৰেখা, দাগ আৰু মুখৰ বয়স বৃদ্ধি হ’ব পাৰে।

অধিক ভজা খাদ্য

৩০ বছৰৰ পিছত সকলোৱে যিমান পাৰে ভজা খাদ্য পৰিহাৰ কৰিব লাগে। এই বয়সত কম তেলৰ পৰিমাণ থকা স্বাস্থ্যসন্মত ঘৰুৱা খাদ্য খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাটোৱেই উত্তম। অতিমাত্ৰা ভাজি খোৱা খাদ্যত ট্ৰেন্স ফেট থাকে, যিবোৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক। ই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। লগতে ছালৰ বাবে একেবাৰেই ভাল নহয়।

কেফেইন

৩০ বছৰ বয়সৰ পিছত অত্যধিক কেফেইন সেৱন পৰিহাৰ কৰিব লাগে। আচলতে অত্যধিক কেফেইন সেৱনে হৰম’নৰ ভাৰসাম্যহীনতা সৃষ্টি কৰিব পাৰে, যাৰ ফলত বয়স বৃদ্ধিৰ লগে লগে মানসিক স্বাস্থ্যজনিত সমস্যা যেনে হতাশা, উদ্বেগ, উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও অতিৰিক্ত কেফেইনে ছালৰ বয়স সোনকালে বৃদ্ধি কৰে।

অধিক নিমখ

বিশেষকৈ ৩০ বছৰ বয়সৰ পিছত নিমখৰ পৰিমাণ কমাই দিব লাগে। খাদ্যত অতিৰিক্ত নিমখ থাকিলে ৰক্তচাপৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও হৃদৰোগ আৰু বৃক্কৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। ৩০ বছৰ বয়সৰ পিছত অতিৰিক্ত নিমখ সেৱন কৰা লোকৰ থাইৰয়ডৰ সমস্যাও হ’ব পাৰে।

কাৰ্বহাইড্ৰেট

৩০ বছৰ বয়সৰ পিছত সকলোৱে ৰিফাইন কাৰ্বহাইড্ৰেট যেনে বগা ৰুটি, পাস্তা, বগা চাউলৰ পৰা আঁতৰি থাকিব লাগে। আচলতে এই সকলোবোৰ বস্তু খালে তেজত শৰ্কৰাৰ মাত্ৰা সোনকালে বৃদ্ধি পাব পাৰে। যাৰ বাবে আন বহুতো ৰোগো হ’ব পাৰে। ৩০ বছৰ বয়সৰ পিছত মহিলাৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, যাৰ ফলত এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd