• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোদী চৰকাৰৰ আমোলত ৰে’ল দুৰ্ঘটনা ৬০ শতাংশ হ্ৰাসঃ ৰাজ্যসভাত দাখিল তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2024 12:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়ৰ লগে লগে দেশত ৰে’ল দুৰ্ঘটনাৰ হাৰ দিনক দিনে বাঢ়িছে। এফালে বহু লোক নিহত বা আহত হোৱাৰ বিষয়টোও চৰ্চালৈ আহে। প্ৰতিদিনে দেশৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ শুনিবলৈ পোৱা যায়। এইবাৰ কেন্দ্ৰীয় চৰকাৰে জনাইছে যে মোদী চৰকাৰৰ কাৰ্যকালত যোৱা ১০ বছৰত সামগ্ৰিকভাৱে ৰে’ল দুৰ্ঘটনা ৬০ শতাংশ হ্ৰাস পাইছে।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে ৰাজ্যসভাত সংঘটিত ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত বিতং উত্তৰ দিলে। খবৰ পোৱা গৈছে যে ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত মুঠ ১৫২টা গুৰুতৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। যাৰ ফলত ৩৬২ জন লোকে প্ৰাণ হেৰুৱালে। নিহতসকলৰ ভিতৰত আছে ১১জন ৰে’ল শ্ৰমিক। মুঠ ৯৫৮জন লোক আহত হয়।

Apply Now

ৰাজ্যসভাত তথ্য দাখিল কৰি ৰে’ল মন্ত্ৰালয়ে কয় যে বিগত ১০ বছৰত দুৰ্ঘটনা ৰোধৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিভিন্ন আধুনিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। সেইবাবেই পূৰ্বৰ তুলনাত ৰে’ল দুৰ্ঘটনাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে।

উপস্থাপন কৰা তথ্যত এইটোও দাবী কৰা হৈছে যে ২০১৪-১৫ বিত্তীয় বৰ্ষত সমগ্ৰ দেশতে মুঠ ১৩৫টা ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৪০টা ৰে’ল দুৰ্ঘটনা ৰেকৰ্ড কৰা হৈছে।

মূলতঃ সেই সকলোবোৰ ৰেল দুৰ্ঘটনাৰ কথা কোৱা হৈছে, য’ত মানুহৰ মৃত্যু হৈছে বা কোনোবা আঘাতপ্ৰাপ্ত হৈছে। এই দুৰ্ঘটনাৰ সঠিক কাৰণো মোদী চৰকাৰে ঘোষণা কৰিছে। ৰেল লাইন, ৰেলৱেৰ কোঠা, যন্ত্ৰপাতি ব্যৱহাৰ কৰিব নোৱাৰা হোৱা, মানুহৰ ভুল আদি বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।

ইতিমধ্যে মোদী চৰকাৰৰ পৰা এনে তথ্য দেখি বিৰোধীয়ে তীক্ষ্ন সমালোচনা কৰিছে। বিৰোধীসকলে অভিযোগ কৰে যে এই ভুল তথ্যৰে মানুহক আভুৱা ভৰাব নোৱাৰি। দেশৰ জনসাধাৰণে জানে ৰেলৱেৰ অৱস্থা। গতিকে এই বিষয়ে নতুন কথা কোৱাটো ভুল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd