• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কানাডাৰ উপ-প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ৰিষ্টিয়া ফ্ৰীলেণ্ডৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2024 12:56 pm
116
VIEWS
Share on FacebookShare on Twitter

কানাডিয়ান ৰাজনীতিত বৃহৎ পৰিৱৰ্তন। কানাডাৰ উপ-প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডৰ। প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে হোৱা মতানৈক্যৰ ফলশ্ৰুতিত এই পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। তদুপৰি কানাডাৰ বিত্তমন্ত্ৰী পদৰ পৰাও পদত্যাগ কৰিছে ফ্ৰীলেণ্ডে।

ঘটনা অনুসৰি আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্টপতি ড’নাল্ড ট্ৰাম্পৰ নীতিত সহমত প্ৰকাশ কৰিছিল জাষ্টিন ট্ৰুডো-এ। কানাডাৰ আমদানিৰ ওপৰত ট্ৰাম্পৰ ২৫ শতাংশ কৰ আৰোপ কৰাৰ পৰিকল্পনা নিৰ্বিবাদে মানি লৈছিল কানাডাৰ প্ৰধানমন্ত্ৰীয়ে। যাৰ ফলশ্ৰুতিতে বিতৰ্কত লিপ্ত হৈছিল ট্ৰুডো আৰু ফ্ৰীলেণ্ড। লক্ষণীয়ভাৱে এয়া ট্ৰুডোৰ বিৰুদ্ধে আছিল প্ৰথম মুকলি বিবাদ।কানাডাৰ ৰাজনীতিত এয়া জাষ্টিন ট্ৰুডোৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰতি এক ভাবুকি হিচাপে পৰিগণিত হৈছে।

স্মৰ্তব্য যে, লিবাৰেল পাৰ্টিৰ নেতা ট্ৰুডো নিৰ্বাচনত ২০ পইণ্টছত পাছ পৰি আছে। এইবাৰৰ মূল প্ৰতিদ্বন্দ্বী পিয়েৰ পইলিভ্ৰে। তিনিবাৰৰ চৰকাৰক ওফৰাই নিৰ্বাচন পাতিবলৈ বাধ্য কৰাইছে পইলিভ্ৰে। গতিকে এই সময়ত ট্ৰুডো চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ নেতাৰ পদত্যাগ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে ফ্ৰীলেণ্ডে পদত্যাগ পত্ৰত উল্লেখ কৰিছে কানাডাই এক ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কানাডাৰ সৰ্বাংগীন উন্নতিৰ বাবে তেঁওৰ এই পদক্ষেপ অতি জৰুৰী। কানাডাক আগুৱাই নিয়াৰ এয়েই সৰ্বোত্তম পথ বুলি উল্লেখ কৰিছে সদ্য পদত্যাগী ফ্ৰীলেণ্ডে।

Recent News

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd