• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনলাইন ক্লাছ বিচাৰে বাবেই স্কুলত বোমা দিয়াৰ ভাবুকি! আটক ১২ বছৰীয়া শিশু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2024 10:13 am
95
VIEWS
Share on FacebookShare on Twitter

‘প্ৰতিদিনে স্কুললৈ গৈ মোৰ ভাল নালাগে। মোক অনলাইন ক্লাছ লাগে।’ এইদৰেই স্কুললৈ ইমেইল কৰি ১২ বছৰীয়া শিশুৰ বোমাৰ ভাবুকি! শেহতীয়াকৈ গুৰুগ্ৰামত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাত্ৰজনক।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, গুৰুগ্ৰামৰ ছেক্টৰ ৬৫ এলেকাৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বুধবাৰে পুৱা বিদ্যালয় কৰ্তৃপক্ষলৈ আহিছিল এটা ইমেইল। কোৱা হৈছিল যে বিদ্যালয়খনত এটা বোমা স্থাপন কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষই ক্ষন্তেকতে গুৰুগ্ৰাম আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাত এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে তদন্তৰ অন্তত ১২ বছৰীয়া ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে।

গুৰুগ্ৰাম আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে অভিযুক্ত কিশোৰজন সেই বিদ্যালয়ৰ ছাত্ৰ। জেৰাৰ সন্মুখত ছাত্ৰজনে আৰক্ষীক জনাইছে যে তেওঁ ভাবিছিল যে যদিহে বোমা বিস্ফোৰণৰ ভয় বিদ্যালয়ত বিয়পি পৰে তেন্তে অনলাইনত ক্লাছ অনুষ্ঠিত হ’ব! গতিকে ছাত্ৰজনে দুবাৰ চিন্তা নকৰাকৈয়ে বিদ্যালয়খনলৈ ইমেইল কৰিলে।

গুৰুগ্ৰাম ষ্টেচন হাউছৰ বিষয়া নবীন কুমাৰে সংবাদ সংস্থাটোক জনাইছে যে, “আৰক্ষীয়ে ইমেইল প্ৰেৰকক বিচাৰি উলিয়াই ল‘ৰাজনক উদ্ধাৰ কৰে। ছাত্ৰজনক সোধা-পোছা কৰাৰ পিছত প্ৰথমতে ধাৰণা কৰা হৈছে যে পৰিস্থিতিৰ গুৰুত্ব বুজি নোপোৱাকৈয়ে ছাত্ৰজনে এই কাণ্ড সংঘটিত কৰিছিল।” অৱশ্যে এই ঘটনাৰ আঁৰত আন কিবা কাৰণ আছে নেকি, বা ছাত্ৰজনে কিবা শুনিছে নেকি সেই বিষয়ে জানিবলৈ এতিয়াও তদন্ত অব্যাহত আছে। তদন্তত ছাত্ৰজনেও সহযোগিতা আগবঢ়াইছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd