• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘তেওঁ যেতিয়া কথা কয়, সকলোৱে শুনি থাকে’- মনমোহন সিঙৰ বিষয়ে বাৰাক ওবামাৰ মন্তব্যক স্মৰণ কৰিছে গুণমুগ্ধই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2024 8:46 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অৰ্থনীতি সংস্কাৰত মনমোহন সিঙৰ অৱদান কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু মনত ৰখা উচিত যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আন কেইবাটাও ক্ষেত্ৰতো সফলতাৰে কাম কৰিছে। উদাহৰণস্বৰূপে, আমেৰিকাৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ প্ৰতি তেওঁৰ পদক্ষেপ আছিল উল্লেখযোগ্য। গতিকে পাছলৈ বাৰাক ওবামা নিজেই মনমোহন সিঙৰ প্ৰশংসাৰে ভৰি পৰিছিল।

সেই সময়ত ভাৰত-আমেৰিকাৰ পাৰমাণৱিক চুক্তিৰ বিৰোধিতা কৰিছিল বিভিন্ন ৰাজনৈতিক দলে। আনকি কংগ্ৰেছৰ ভিতৰৰ পৰাও বিষয়টোৰ বাবে কোনো ‘সেউজ সংকেত’ নাছিল। সেই সময়ত ইউ পি এ চৰকাৰ মিত্ৰজোঁটৰ ৰাজনীতিৰ অংশ হ’লেও মনমোহনে নিজৰ সিদ্ধান্তক লৈ অটল আছিল। যেতিয়া বিষয়টো ট্ৰাষ্ট ভোটলৈ বৃদ্ধি পালে, তেতিয়া বাওঁপন্থীয়ে নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিলে। কিন্তু অৱশেষত সেই আস্থা ভোট লাভ কৰি মনমোহন সিং আৰু তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছে যৌথভাৱে ২০০৫ চনত এই চুক্তি ঘোষণা কৰে আৰু ২০০৮ চনৰ অক্টোবৰ মাহত আনুষ্ঠানিকভাৱে বলবৎ হয়।

Apply Now

মাত্ৰ ২ বছৰৰ পাছত কানাডাৰ টৰন্টোত জি-২০ সন্মিলনত ভাষণ দি থাকোঁতে তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই মনমোহন সিঙক প্ৰশংসা কৰে। তেওঁ কয়- প্ৰধানমন্ত্ৰীয়ে যেতিয়া কথা কয়, তেতিয়া সকলোৱে শুনি থাকে বুলি মই নিশ্চিতভাৱে ক’ব পাৰো।

উল্লেখ্য যে, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বৃহস্পতিবাৰে ৯২ বছৰ বয়সত দেহাৱসান ঘটে। তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। প্ৰবীণ ৰাজনীতিবিদগৰাকীক প্ৰথমে জৰুৰীকালীন বিভাগলৈ লৈ যোৱা হয়। পাছত তেওঁক আই চি ইউত ভৰ্তি কৰা হয়। কিন্তু শেষৰ ফালে কোনো প্ৰতিৰক্ষা নাছিল। তেওঁৰ মৃত্যুত স্তম্ভিত হৈ পৰিছে দেশ। কেইবাজনো বিদেশী নেতাও এই খবৰত মৰ্মাহত হৈ পৰিছে।

পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰয়াত প্ৰধানমন্ত্ৰীজনৰ শেষকৃত্য সম্পন্ন কৰা কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰ অনুসৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সাত দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd